• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অধিক পত্নী থাকিলে বিপদ নিশ্চিত, দ্বিতীয় বিবাহ কৰালে কি কি শাস্তি বিহা হ’ব অপৰাধীক?

Nation NE by Nation NE
November 28, 2025
in Top News, অসম
0 0
অধিক পত্নী থাকিলে বিপদ নিশ্চিত, দ্বিতীয় বিবাহ কৰালে কি কি শাস্তি বিহা হ’ব অপৰাধীক?
Share on FacebookShare on TwitterWhatsApp

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসমবাসী।  অসম বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক। দীৰ্ঘ বিতৰ্কৰ অন্তত গৃহীত হয় এই বিধেয়কখন। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে বৈবাহিক সম্পর্কৰ বিশ্বাসযোগ্যতা বর্তাই ৰখাৰ আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত হয়।

২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সদনত উত্থাপন কৰিছিল। ইয়াৰ পিছত ২৭ নৱেম্বৰত এই বিধেয়ক পাৰিত হয়।

এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এই বিধেয়ক আইনত পৰিণতি হ’লে অপৰাধীক বিভিন্ন শাস্তি বিহা হ’ব।

নাৰীক সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত হয়। এই বিধেয়কখন আইনত পৰিণত হ’লে কোনো ব্যক্তিয়ে প্ৰথম বিবাহক আইনগতভাৱে ভংগ নকৰাকৈ দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। অৰ্থাৎ এজন ব্যক্তিৰ এগৰাকীতকৈ বেছি পত্নী থাকিব নোৱাৰিব। এনে কৰিলে কঠোৰ শাস্তি বিহা হ’ব। অৱশ্যে বিটিচি আৰু আন কিছুমানৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব।

জানো আহক ২য় বিবাহ কৰালে কি কি শাস্তিৰ সন্মুখীন হ’ব অপৰাধী-

  • প্রথম বিবাহক গোপনে ৰাখি পুনৰ সংসাৰ কৰোঁতাক জৰিমনাসহ ১০ বছৰ জে’ল
  • প্রথমা পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড
  • অপৰাধৰ পুনৰাবৃত্তিত লিপ্ত হ’লে পৰৱৰ্তী প্ৰতিটো অপৰাধৰ বাবে ভুগিব লাগিব দুগুণ শাস্তি
  • বহুবিবাহত সহযোগ কৰা পিতৃ-মাতৃ, গাঁওবুঢ়া কাজীয়ে দিব লাগিব ১ লাখ টকাৰ জৰিমনা-দুবছৰৰ কাৰাবাস
  • আইন উলংঘাৰে বহুবিবাহ কৰালে ১.৫০ লাখ টকা পর্যন্ত জৰিমনাসহ ২ বছৰ জে’ল
  • অপৰাধীৰ ক্ষেত্ৰত ৩ বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে জে’ল
  • মৌলানাৰ ক্ষেত্ৰত ৫ বছৰ পৰ্যন্ত কাৰাবাস
  • গাঁও প্ৰধানৰ ক্ষেত্ৰত ৩ বছৰ কাৰাবাস বিহা হ’ব
  • এবাৰতকৈ অধিক বিয়া পাতিলে চৰকাৰী চাকৰিয়ালে হেৰুৱাব চাকৰি
  • এগৰাকীতকৈ অধিক পত্নী থাকিলে নাপাব চৰকাৰী আঁচনিৰ সুবিধান
  • অধিক পত্নী থাকিলে স্থানীয় নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব
  • বহু বিবাহ হিন্দু, খ্ৰীষ্টান, মুছলমান সকলোৰে মাজত বন্ধ হ’ব

এই আইনখন মুছলমানবিৰোধী নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বহুবিৰোধী বিধেয়কৰ জৰিয়তে মুছলমান মহিলাই জীয়াই থকাৰ অধিকাৰ লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

Tags: #AssamCMpolygamy

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025