• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হেলমেট নিপিন্ধাৰ বাবে শিশুক প্ৰহাৰ চিআৰপিএফ জোৱানৰ; উত্তপ্ত পৰিস্থিতি

Nation NE by Nation NE
August 1, 2024
in Top News, অসম
0 0
হেলমেট নিপিন্ধাৰ বাবে শিশুক প্ৰহাৰ চিআৰপিএফ জোৱানৰ; উত্তপ্ত পৰিস্থিতি
Share on FacebookShare on TwitterWhatsApp

বৰপেটাত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। হেলমেট নিপিন্ধাৰ বাবে ৬ বছৰীয়া শিশুক লাঠিৰে প্ৰহাৰ চিআৰপিএফ জোৱানৰ। জোৱানজনৰ এই কাণ্ডত এতিয়া জাঙুৰ খাই উঠিছে বৰপেটাৰ সচেতনমহলে।

বৰপেটাৰ নগাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা। চি আৰ পি এফ জোৱানৰ প্ৰহাৰত আহত হোৱা কিশোৰজনৰ নাম শিৱাংশু নাথ। চি আৰ পি এফ জোৱানৰ নাম নুপুৰ দাস বুলি জানিব পৰা গৈছে।

আনহাতে, আহত শিশুটোক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে।

ইফালে, এই ঘটনাক লৈ আৰক্ষী আৰু ৰাইজৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে।

জানিব পৰা মতে, সৰ্থেবাৰীৰ পৰা দুচকীয়া বাহনেৰে মাতৃৰ সৈতে ঘৰলৈ উভতি আহিছিল শিশুটোৱে।

প্ৰথম অৱস্থাত হেলমেট পৰিধান নকৰাৰ বাবে বাহনখন ৰখাবলৈ চি আৰ পি এফৰ জোৱানে চালকক টাৰ্গেট কৰি লাঠিৰে কোবাইছিল। কিন্তু লাঠিৰ কোবটো পৰিল ৫ বছৰীয়া শিশুৰ মুৰত।

এই ঘটনাৰ পিছতে বৰ্তমান স্থানীয় ৰাইজে জবাৱদিহি কৰিছে চিআৰপিএফ জোৱানজনক।

Tags: #AssamBarpetaBarpeta NewsGuwahati

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025