• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE by Nation NE
December 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ED য়ে আলফুৰকান এডুকেশ্যনেল ট্ৰাষ্ট বিকানেৰৰ প্ৰাক্তন সভাপতি মহম্মদ ছাদিক ওৰফে ছাদিক খানক গ্ৰেপ্তাৰ কৰে। ৰাজহুৱা অনুদানৰ বৃহৎ পৰিমাণৰ অপব্যৱহাৰ, অবৈধ নগদ ধনৰ নেটৱৰ্ক চলোৱা, বিদেশত সন্দেহজনক সংযোগ বজাই ৰখা, উগ্ৰবাদৰ সৈতে জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰখা আদি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে।

ছাদিক খানক জয়পুৰ ED ৰ দলে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। ইডিয়ে কয় যে, ছাদিকে বৃহৎ পৰিমাণৰ ৰাজহুৱা অনুদানৰ অপব্যৱহাৰ, অবৈধ নগদ ধনৰ নেটৱৰ্ক চলোৱা, বিদেশত সন্দেহজনক সংযোগ বজাই ৰখা, উগ্ৰবাদৰ সৈতে জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰখাকে ধৰি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। গ্ৰেপ্তাৰৰ পিছতে ছাদিকক জয়পুৰৰ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক তিনিদিনৰ বাবে ED ৰ জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া ৬ ডিচেম্বৰলৈকে তেওঁক অধিক জেৰা কৰিব ইডিয়ে।

ৰাজস্থান আৰক্ষীৰ দুটা এফআইআৰ আৰু এটা ইনপুটৰ ভিত্তিত ED য়ে এই তদন্ত আৰম্ভ কৰিছিল। অভিযোগ কৰা হৈছে যে ছাদিক উগ্ৰবাদ বিয়পোৱা আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ লগত জড়িত আছিল। বহিঃৰাজ্যৰ কেইবাটাও সন্দেহজনক সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁৰ একাউণ্টৰ পৰা কোটি কোটি টকাৰ সন্দেহজনক লেনদেন কৰা হৈছিল। হত্যাৰ চেষ্টা আৰু অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগো উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।

ED ৰ তদন্তত প্ৰকাশ পাইছে যে, ছাদিকে আলফুৰকান এডুকেচনেল ট্ৰাষ্ট স্থাপন কৰিছিল, যাৰ জৰিয়তে মছজিদ-ই-আইছাৰ বাবে বৃহৎ পৰিমাণৰ নগদ ধন সংগ্ৰহ কৰা হৈছিল। অৱশ্যে এই অনুদানৰ কোনো ৰেকৰ্ড ৰখা হোৱা নাছিল। ছাদিকে সমগ্ৰ ধন নিজৰ লগত ৰাখিছিল। যিবোৰ তেওঁ বিদেশ ভ্ৰমণ, ব্যক্তিগত খৰচ, অবৈধ কাম-কাজৰ বাবে ব্যৱহাৰ কৰিছিল।

কোনো বৈধ উপাৰ্জন নোহোৱাকৈয়ে বহু বছৰ ধৰি কেৱল জুৱা, অবৈধ সুৰাৰ ব্যৱসায়, দেশত নিৰ্মিত পিষ্টলৰ ব্যৱসায় আদি নগদ ধনৰ ভিত্তিত অবৈধ কাৰ্য্যকলাপৰ জৰিয়তে ধন উপাৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে এক অভিযানত আৰক্ষীয়ে তেওঁৰ পৰা দেশত নিৰ্মিত তিনিটা পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে। তদন্তত প্ৰকাশ পাইছে যে ছাদিকে কেইবাবাৰো বাংলাদেশ, নেপাল, কাটাৰ, ওমান ভ্ৰমণ কৰিছিল। এই ভ্ৰমণসমূহৰ বাবে সংগ্ৰহ কৰা নগদ ধন ব্যৱহাৰ কৰি পুঁজিৰ ব্যৱস্থা কৰা হৈছিল যাৰ বাবে কোনো একাউণ্ট ৰখা হোৱা নাছিল।

ধৰ্ম আৰু সমাজ সেৱাৰ আঁৰত অবৈধ ধন আৰু উগ্ৰ কাৰ্যকলাপৰ প্ৰচাৰ চলাই থকা নেটৱৰ্কসমূহ ভাঙি পেলোৱাৰ দিশত ছাদিকক গ্ৰেপ্তাৰ এক বৃহৎ পদক্ষেপ। বৰ্তমান ED ৰ অধিক তদন্ত অব্যাহত আছে।

Tags: ArrestBikanerEDPresident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025