• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

Nation NE by Nation NE
December 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন
Share on FacebookShare on TwitterWhatsApp

ঢাকাত ভাৰতীয় দূতাৱাসৰ সুৰক্ষাক লৈ বৃদ্ধি হোৱা চিন্তাৰ মাজতে ভাৰত চৰকাৰে নতুন দিল্লীত বাংলাদেশৰ উচ্চায়ুক্তক তলব কৰে। বাংলাদেশৰ ৰাজধানী ঢাকাত ভাৰতীয় মিছনৰ বাহিৰত যোৱা কেইদিনমানৰ পৰা চলি থকা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতলৈ বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাক চমন কৰে। খবৰ অনুসৰি, তেওঁক ভাৰতীয় মিছনৰ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া উন্নয়ন সন্দৰ্ভত ভাৰতৰ সকলো চিন্তা অৱগত কৰোৱা হৈছে।

খবৰ অনুসৰি, ঢাকাত ভাৰতীয় মিছনৰ বাহিৰত বিগত কিছুদিন ধৰি বিৰোধ প্ৰৰ্দশন দেখিবলৈ পোৱা গৈছে, যিয়ে ভাৰতীয় দূতাৱাসৰ সুৰক্ষাক বহু প্ৰশ্নৰ উত্থাপন হৈছে। এই কথা মনত ৰাখি ভাৰতে আনুষ্ঠানিকভাৱে বাংলাদেশ চৰকাৰক পৰিস্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

এই পদক্ষেপ সেই সময়ত উত্থাপন কৰা গৈছে, যেতিয়া বাংলাদেশৰ National Citizens Party (NCP) ৰ নেতা হসনত আব্দুল্লাৰ ভাৰতবিৰোধী বিবৃতি পোহৰলৈ আহিছে। ৰাজহুৱা ভাষণত তেওঁ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ (‘সাত ভগ্নী’) বিচ্ছিন্ন কৰি বিচ্ছিন্নতাবাদী উপাদানসমূহক আশ্ৰয় দিয়াৰ হুংকাৰ দিছিল। ভাৰত বিৰোধী কঠোৰ মতামতৰ বাবে জনাজাত হাছনাত আব্দুল্লা।

Tags: BangladeshDhakahigh commissioner

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025