• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 10, 2026
18 °c
Guwahati
18 ° Sun
18 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • আজি আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয়টো শুনানি। ভাৰ্চুৱেলী আদালতত হাজিৰ হ’ব লাগিব ৭ অভিযুক্ত। সিদ্ধাৰ্থ , শ্যামকানু , শেখৰজ্যোতি, অমৃতপ্ৰভা , সন্দীপনৰ লগতে দুই দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশকো ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ব। আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব এই ৭ অভিযুক্তই।
  • ভাৰতবিৰোধী কাম কৰি ৰাইজৰ ৰোষত মুছলমান যুৱক চাহেদ আলী। অনকেমেৰা মুছলমান যুৱকে দিলে পাকিস্তান জিন্দাবাদ শ্লোগান। পাকিস্তানৰ সমৰ্থন কৰা চাহেদ আলীক আৱদ্ধ কৰি ৰাখিলে ৰাইজে। অৱশেষত ৰাইজে কৰায়ত্ব কৰি চমজাই দিলে ছয়গাঁও আৰক্ষীক।
  • ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প। গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্বে প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ।
  • ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত এচিচিৰ সভাপতি মহছিন নকৱীৰ পৰা পদক গ্ৰহণ কৰিবলৈ অস্বীকাৰ ৰানাৰ্ছ আপ ভাৰতীয় দলটোৰ। ভাৰতীয় দলটোৱে আইচিচিৰ সহযোগী সদস্য সঞ্চালক মুবাশশ্বিৰ উছমানীৰ পৰা ৰানাৰ্ছ আপৰ পদক গ্ৰহণ কৰে।
  • বৰ্তমানেও উত্তপ্ত হৈ আছে বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ আদৰ্শক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। হাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি ইউনুছে কয় যে, বাংলাদেশ একত্ৰিত হৈছে আৰু বাংলাদেশৰ ৰাজনীতি গঢ় দিবলৈ চেষ্টা কৰা যুৱ ৰাজনীতিবিদজনৰ ধাৰণা আৰু কাৰ্যক সন্মান জনোৱাৰ লগতে হাদীৰ আদৰ্শক আগুৱাই নিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছে।
  • ওদালগুৰিৰ ৰৌতাৰ বৰঝাৰত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত হয় বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ৭০ বিঘা মাটিৰ খেৰ। জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি। শ্বৰ্টচাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ কৰা হয়।
Tags: #Assammorning newsNational

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 9, 2026
ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…
Top News

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

January 9, 2026
কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
Top News

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

January 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 9, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025