• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 23, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • অশান্ত পশ্চিম কাৰ্বি আংলং।পশ্চিম কাৰ্বি আংলঙত বিএনএছৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰিব। PGR-VGR ভূমিত অনা-কাৰ্বিক উচ্ছেদৰ দাবীত এই ভয়ংকৰ পৰিৱেশ। ডংকামোকামত জ্বলিল CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। নিশা ৭ বজালৈ প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰে গুলীচালনা।
  • বাংলাদেশৰ সমৰ্থনত পোষ্ট দি আটক মহম্মদ ছৈইফ আখটাৰ আলী। বাংলাদেশত হিন্দু যুৱকৰ সৈতে সংঘটিত ভয়ংকৰ কাণ্ডৰ সমৰ্থনত দিছিল পোষ্ট এই যুৱকজনে। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত প’ষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। পিছত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰৰ আলহী হয় যুৱকজন। ৰঙিয়া থানাত বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এজাহাৰ দাখিল কৰে।
  • পুনৰ সৰ্বকালৰ অভিলেখ সৃষ্টি সোণ-ৰূপৰ মূল্যবৃদ্ধিৰ। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি দহ গ্ৰাম ১.৩৫ লাখ টকালৈ বৃদ্ধি হয়।
  • মহানগৰীৰ চান্দমাৰীত ভয়ংকৰ ঘটনা। ৰে’ল লাইনৰ কাৰেণ্টত লাগি ১ জন লোকৰ মৃত্যু। ৰে’ল লাইনত ৰৈ থকা তেলৰ টেংকাৰৰ ওপৰেদি পাৰ হ’বলৈ চেষ্টা কৰিছিল লোকজনে। জুই লগাৰ পৰা কথমপি ৰক্ষা পৰে তেলৰ টেংকাৰখন।
  • ক্ৰমাৎ বৃদ্ধি হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনা। নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তই সোমবাৰে অনিৰ্দিষ্টকাললৈ ভিছা সেৱা বন্ধ কৰি দিয়ে। বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। উত্তৰ-পূবৰ ত্ৰিপুৰা ৰাজ্যৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তেও দেওবাৰে টিপৰা মোথা পাৰ্টি আৰু অন্যান্য গোটৰ প্ৰতিবাদৰ পিছতে ভিছা সেৱা বন্ধ কৰি দিয়ে।নতুন দিল্লী আৰু আগৰতলাত মিছনসমূহে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো কনছুলাৰ আৰু ভিছা সেৱা বন্ধ কৰি দিয়া হৈছে।
Tags: #Assameventsmorning news

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

April 10, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025