• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 24, 2025
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • মঙলবাৰে নিশা তুৰস্কৰ ৰাজধানী আংকাৰাত ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হয় ফাল্কন-৫০ নামৰ ব্যৱসায়িক বিমান। লিবিয়াৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জনৰ প্ৰাণহানি এই দুৰ্ঘটনাত। ইতিমধ্যে কাৰিকৰী সমস্যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।
  • বৰ্তমানেও শান্ত হোৱা নাই পশ্চিম কাৰ্বি আংলং। ২৩ ডিচেম্বৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হয়। পুনৰ দোকান-পোহাৰত অগ্নি সংযোগ কৰে প্ৰতিবাদকাৰীয়ে। আকৌ পশ্চিম কাৰ্বি আংলঙত ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয়। কাৰ্বি ভূমিত অনা কাৰ্বি লোকে দখল কৰাক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয়।ইফালে এই পৰিস্থিতিৰ মাজতে খেৰণিত আৰক্ষীৰ গুলীত নিহত এজন প্ৰতিবাদকাৰী। নিহত প্ৰতিবাদকাৰীজন হৈছে ছিংথু টিমুং। প্ৰতিবাদ নিয়ন্ত্ৰণহীন হৈ পৰাৰ বাবে আৰক্ষীয়ে চলাইছিল গুলী।
  • উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। ফিৰোজাবাদৰ ছিৰছাগঞ্জ থানা এলেকাত আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত চলন্ত বাছত হঠাতে অগ্নি সংযোগ হৈ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে,  বাছখনৰ টায়াৰ ফাটি যোৱাৰ পিছত হঠাতে শ্বৰ্ট চাৰ্কিট সংঘটিত হৈ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাৰ পিছতে বাছখনৰ যাত্ৰীসকলে জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে।
  • আমেৰিকাৰ যুদ্ধ জাহাজসমূহৰ যেন ম্যাদ উকলিবলৈ আৰম্ভ হোৱাত নতুন ধৰণৰ যুদ্ধ জাহাজ নির্মাণ কৰিবলৈ ওলাইছে আমেৰিকাই। প্ৰচুৰ অস্ত্র-শস্ত্র বহন কৰিব পৰা এই যুদ্ধ জাহাজসমূহক ট্রাম্প শ্ৰেণীৰ বুলি ঘোষণা কৰে মার্কিন প্রেচিডেন্ট ড’নাল্ড ট্রাম্পে। তেওঁ জানিবলৈ দিয়া মতে, মুখ্যতঃ দুখন নতুন যুদ্ধ জাহাজ নির্মাণত অনুমতি প্রদান কৰিছে তেওঁ। আগন্তুক দিনত ২০-২৫খন যুদ্ধ জাহাজ নির্মাণৰ পৰিকল্পনা আছে বুলিও তেওঁ প্রকাশ কৰে। এই নতুন ধৰণৰ যুদ্ধ জাহাজসমূহক বৃহত্তৰ, দ্রুততৰ আৰু সাধাৰণ মার্কিন যুদ্ধ জাহাজতকৈ ১০০ গুণ বেছি শক্তিশালী হ’ব বুলি তেওঁ মন্তব্য কৰে।
  • শেহতীয়াকৈ ঘূর্ণি বতাহ দিটৱাহত বিধ্বস্ত হৈ পৰা শ্ৰীলংকাৰ বহু ঠাইৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। শতাধিক লোকে হেৰুৱাই নিজৰ প্ৰাণ। এনে বিপৰ্যয়ৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰ শ্রীলংকাৰ ওচৰত থিয় দিছে ভাৰতে। দ্বীপ ৰাষ্ট্ৰখনলৈ সাহায্য অগবঢ়াই ‘অপাৰেচন সাগৰ বন্ধু’ আৰম্ভ কৰে নতুন দিল্লীয়ে। চি-১৩০ আৰু আই এল-৭৬ বিমানেৰে অর্ধসামৰিক বাহিনীৰ দল পঠিওৱাৰ লগতে জি ৰাষ্ট্ৰখনলৈ পঠিওৱা হৈছে সাহায্য সামগ্রীও। তাৰ লগতে ৪৫০ মিলিয়ন ডলাৰ মূল্যৰ সাহায্য পেকেজৰ প্রস্তাৱো আগবঢ়োৱা হৈছে। সম্প্রতি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিশেষ দূত হিচাপে শ্রীলংকাত দুদিনীয়া ভ্রমণসূচীৰে উপস্থিত হৈছে বিদেশ মন্ত্রী এছ জয়শংকৰ।
Tags: eventsglobalmorning news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025