• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত হিংসা-উগ্ৰবাদ বিয়পোৱা ৫ প্ৰধান খলনায়ক কোন? জানক সবিশেষ

Nation NE by Nation NE
December 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত হিংসা-উগ্ৰবাদ বিয়পোৱা ৫ প্ৰধান খলনায়ক কোন? জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ অহাৰ প্ৰায় ডেৰ বছৰ পিছতো দেশখনত ৰাজনৈতিক অস্থিৰতা, হিংসা, উগ্ৰবাদ বৰ্তমান আছে। মহম্মদ ইউনুছক সমৰ্থন কৰা উগ্ৰপন্থী গোটসমূহে চৰকাৰক সংস্কাৰত বিলম্ব কৰা, ন্যায় অস্বীকাৰ কৰা আৰু ধৰ্মনিৰপেক্ষ নীতি অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডই হিংসাত্মক পৰিস্থিতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

বিশেষজ্ঞসকলৰ মতে, ২০২৬ ৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পূৰ্বে এই শক্তিসমূহে এতিয়া অস্থিৰতা সৃষ্টিৰ চেষ্টা চলাইছে, যাৰ ফলত বাংলাদেশী সংখ্যালঘু অৰ্থাৎ হিন্দুসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে ২৩২৬টাতকৈও অধিক গোচৰ পঞ্জীয়ন হৈছিল, য’ত মন্দিৰত আক্ৰমণ, সম্পত্তি লুণ্ঠন, হত্যা আদি গোচৰ ৰুজু হৈছিল।

বাংলাদেশত ক্ৰমবৰ্ধমান উগ্ৰবাদ কেৱল ইউনুছ চৰকাৰৰ বাবেই নহয়, কিন্তু ৫ জন প্ৰধান খলনায়ক হ’ল-

  • উগ্ৰবাদৰ প্ৰচাৰ কৰা জামাত-ই-ইছলামী

এই গোটটোক শ্বেখ হাছিনাৰ কাৰ্যকালত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও ইউনুছ চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে এই নিষেধাজ্ঞা উঠাই লয়। এতিয়া এই গোটটোৱে নিৰ্বাচনী সংস্কাৰৰ দাবী জনাইছে যদিও সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু ভাৰত বিৰোধী প্ৰতিবাদতো সক্ৰিয় হৈ আছে। জামাত-ই-ইছলামীৰ বিৰুদ্ধেও পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। বিশেষজ্ঞসকলৰ মতে শ্বৰীফ ওছমান হাদীৰ হত্যাৰ ফলত জামাত-ই-ইছলামীৰ লাভ হ’ব।

  • শ্বৰীয়ত আইন প্ৰৱৰ্তনৰ সমৰ্থক হিফাজাত ইছলাম

এক প্ৰতিবেদন অনুসৰি ,এই হিফাজাত-ই-ইছলাম গোটটো চুন্নী ইছলামিক আৰু তেওঁলোকৰ বিশাল মাদ্ৰাছা নেটৱৰ্ক আৰু সমৰ্থকৰে গঠিত, যিয়ে মহিলাৰ অধিকাৰ আৰু ধৰ্মনিৰপেক্ষ সংস্কাৰৰ বিৰুদ্ধে কাম কৰে। মহিলাৰ সম সম্পত্তিৰ অধিকাৰৰ প্ৰস্তাৱক লৈ হিফাজাত-ই-ইছলামে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। বাংলাদেশত শ্বৰীয়ত আইন প্ৰণয়নৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ সময়তে গোটটোৰ নেতা মামুনুল হকেও ইউনুছৰ সৈতে সাক্ষাৎ কৰে। শ্বেখ হাছিনাই এই গোটটো নিষিদ্ধ কৰিছিল যদিও ইউনুছৰ চৰকাৰৰ অধীনত এই গোটটো মুকলি কৰি দিয়া হৈছিল।

  • বাংলাদেশত আইছিছৰ পতাকা উৰুৱাই দিয়া হিজবুত তাহৰিৰ

এক প্ৰতিবেদন অনুসৰি, ছ’চিয়েল মিডিয়া আৰু শিক্ষানুষ্ঠানৰ জৰিয়তে বাংলাদেশী যুৱক-যুৱতীক নিযুক্তি দি হিজবুত তাহৰিৰে দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছে। ২০০৯ চনত এই গোটটো নিষিদ্ধ কৰা হৈছিল যদিও ২০২৪ চনত ইউনুছৰ চৰকাৰে মুকলি কৰি দিছিল। ইউনুছৰ কাৰ্যকালত ২০২৪ চনত ঢাকাত হিজবুত তাহৰিৰে বৃহৎ বিক্ষোভ প্ৰদৰ্শন কৰি আইছিছৰ দৰে পতাকা উৰুৱাইছিল। ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ইউনুছ চৰকাৰৰ।

  • উগ্ৰ ইছলামিক সংস্কৃতিৰ পোষকতা কৰা ইনকিলাব মঞ্চ

আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ জুলাই মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছত এই গোটটো প্ৰতিষ্ঠা কৰা হৈছিল। ইনকিলাব মঞ্চৰ বিশিষ্ট নেতা শ্বৰীফ ওছমান হাদী নিজেও ভাৰত বিৰোধী আৰু উগ্ৰবাদী মতামত ৰাখিছিল। হাদীৰ হত্যাৰ পিছত ইনকিলাব মঞ্চই ইউনুছ চৰকাৰক উৎখাত কৰাৰ ভাবুকি দিছিল। পূৰ্বে এই গোটটোৱে ইউনুছক সমৰ্থন কৰিছিল যদিও এতিয়া চৰকাৰ আৰু ইনকুইলাব মঞ্চৰ মাজত প্ৰত্যক্ষ সংঘাত। ফলত হাদীৰ মৃত্যুৰ পিছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত বাতৰি কাকতৰ কাৰ্যালয় জ্বলাই দিয়া হয়।

  • মামুনুল হক আৰু মুফতি জাচিমুদ্দিন ৰহমানীৰ প্ৰভাৱ

ইউনুছ চৰকাৰৰ দিনত মুকলি কৰি দিয়া আল কায়দাৰ সৈতে জড়িত এটা গোটৰ নেতা আছিল মুফতি জাছিমুদ্দিন ৰহমানী। ৰহমানীয়ে আল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ মুৰব্বী। এই সন্ত্ৰাসবাদীৰ মুক্তিয়ে ভাৰতৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে, কিয়নো এই সন্ত্ৰাসবাদী সংগঠনটোৱে শ্লীপাৰ চেলৰ সহায়ত জেহাদী নেটৱৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

এই গোটসমূহে যৌথভাৱে শ্বৰীয়ত আইনৰ অধীনত সংস্কাৰ, মহিলাৰ অধিকাৰৰ ওপৰত নিষেধাজ্ঞা, ভাৰত বিৰোধী শ্লোগানৰ বাবে ঠেলি দিছে। বহু প্ৰতিবেদনত এই গোটসমূহৰ উত্থানৰ কাৰণ পাকিস্তান আৰু অন্যান্য বিদেশী শক্তিৰ সৈতে সম্পৰ্ক বুলি কোৱা হৈছে। এই শক্তিসমূহক নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ ফলত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ লগতে দেশত অস্থিৰতা বৃদ্ধি পোৱাৰ অভিযোগ ক্ৰমাৎ বৃদ্ধি পাইছে ইউনুছ চৰকাৰৰ বিৰুদ্ধে।

Tags: BangaldeshMohammad YunusProtest

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025