• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 24, 2026
24 °c
Guwahati
24 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • বৰ্তমানেও অশান্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। দেশখনত দিনক দিনে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। এইবাৰ বিস্ফোৰণত কঁপি উঠিল বাংলাদেশ। বাংলাদেশৰ ৰাজধানী ঢাকাত পেট্ৰল বোমা বিস্ফোৰণ। ঢাকাৰ মোঘ বজাৰৰ উৰণ সেতুৰ তলৰ এখন চাহৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত এজন যুৱকৰ মৃত্যু হয়। BNP নেতা তাৰিক ৰহমানৰ আগমনৰ পূৰ্বে ঢাকাত এই বিস্ফোৰণ হয়। ইয়াৰ পিছতে একাংশ উদণ্ড লোকে ঢাকা বিশ্ববিদ্যালয়ৰ লগতে কেণ্টিনো লণ্ডভণ্ড কৰে।
  • আজি পৱিত্ৰ বৰদিন। কিন্তু বৰদিনৰ প্ৰাকক্ষণত জয় শ্ৰী ৰাম ধ্বনি দি নলবাৰীত বজৰংগ দলে জ্বলালে খ্ৰীষ্টমাছৰ সকলো সা-সামগ্ৰী। নলবাৰীত খ্ৰীষ্টমাছ পতাত নিষেধাজ্ঞা আৰোপ কৰে বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলে।বৰদিনৰ প্ৰাকক্ষণত দোকানৰ লগতে স্কুলে স্কুলে অভিযান চলায় বজৰংগ দলে। খ্ৰীষ্টমাছত ব্যৱহৃত সামগ্ৰী পথলৈ দলিয়াই জ্বলাই দিলে বজৰংগ দলে।লগতে ছেইণ্ট মেৰীজ স্কুলত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে খ্ৰীষ্টমাছৰ প্ৰস্তুতি। বেনাৰ, পোষ্টাৰ, ডেকোৰেছন সামগ্ৰী ভাঙি ছিঙি লণ্ড-ভণ্ড কৰিলে বজৰংগ দলে।যাৰ বাবে বজৰংগ দলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব Assam Christian Forum-এ। লগতে খ্ৰীষ্টমাছৰ সামগ্ৰী জ্বলাই দিয়া লোকৰ উচিত শাস্তিৰ দাবী জনায় ACF-য়ে।
  • কম্বোডিয়াত থাইলেণ্ডৰ সেনাই হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ খবৰ পোহৰলৈ আহিছে।২৪ ডিচেম্বৰত সংঘটিত হোৱা এই ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিয়ে। নতুন দিল্লীয়ে কয় যে, এনে অপমানজনক কাণ্ডই বিশ্বজুৰি হিন্দু ভক্তৰ আৱেগক আঘাত কৰে আৰু সেয়া অতি নিন্দনীয়। শেহতীয়াকৈ থাইলেণ্ড-কম্বোডিয়া সীমা বিবাদৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলটোত অৱস্থিত হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি ধ্বংস হোৱাৰ বাতৰি পোৱা গৈছে।
  • দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দীসকলে নিৰ্মাণ কৰা সামগ্ৰীসমূহ এতিয়া অনলাইনযোগে জনসাধাৰণৰ বাবে উপলব্ধ হ’ব। এতিয়ালৈকে এই সামগ্ৰীসমূহ আদালত চৌহদ আৰু জেলৰ কেণ্টিনত সীমাবদ্ধ আছিল যদিও এতিয়া ডিজিটেল প্লেটফৰ্মত অন্তৰ্ভূক্ত কৰা হৈছে। শেহতীয়াকৈ তিহাৰ কাৰাগাৰ প্ৰশাসনে চৰকাৰী এপ মাইষ্ট’ৰত কয়দীৰ দ্বাৰা নিৰ্মিত কিছুমান সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰিছে। গতিকে, তিহাৰ জেলত নিৰ্মিত সামগ্ৰী, সৰিয়হৰ তেলৰ পৰা কুকিজলৈকে সকলোবোৰ এতিয়া অনলাইনত বিক্ৰী হ’ব।
  • কৰ্ণাটকত দেশ কঁপাই যোৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছৰ সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হয় ১৭ জনকৈ যাত্ৰী। কৰ্ণাটকৰ চিত্ৰদুৰ্গ জিলাত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকত খুন্দা লগাৰ পিছতে জ্বলি উঠে বাছখন। বাছখনত ১৫ গৰাকী মহিলা আৰু ১৪ জন পুৰুষ আছিল।দুৰ্ঘটনাগ্ৰস্ত বাছখন বাংগালোৰৰ পৰা শিৱমোগ্গালৈ গৈ আছিল।
Tags: eventsglobalmorning news

Related Posts

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা
Top News

February 24, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

February 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 24, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

February 23, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

February 23, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025