মেষ- প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন বেচ উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ-২, শুভ ৰং-সুমথিৰা আৰু সেউজীয়া
বৃষ- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ-১, শুভ ৰং-হালধীয়া
মিথুন- মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখান হ’ব পাৰে। শুভ নম্বৰ- ৯, শুভ ৰং-ৰঙা
কৰ্কট- শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জড়িতসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৪, শুভ ৰং-ৰঙা আৰু গুলপীয়া
সিংহ- মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ- ২, শুভ ৰং-সুমথিৰা
কন্যা- ব্যৱসায়িক দিশত যথেষ্ট লাভাম্বিত হোৱাৰ সম্ভাৱনা। আৰ্থিক সমস্যা দূৰ হ’ব। মন বেচ উৎফুল্লিত হৈ থাকিব। শুভ নম্বৰ- ৫, শুভ ৰং-বেঙুনীয়া আৰু ৰঙা
তুলা- ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ৩, শুভ ৰং-হালধীয়া আৰু ৰঙা
বৃশ্চিক- আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমত কিছু সমস্যাই দেখা দিব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা আৰু নীলা
ধনু- শৰীৰ ভালে থাকিব। মন বেচ উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৫, শুভ ৰং- সুমথিৰা আৰু সোণালী
মকৰ- আজিৰ দিনটোত আপুনি কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শুভ নম্বৰ- ৯, শুভ ৰং- বেঙুনীয়া আৰু পাতল নীলা
কুম্ভ- প্ৰেমত ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাজৰ ফালেৰে চালে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ’ব। শুভ নম্বৰ- ৭, শুভ ৰং- ৰঙা আৰু সোণালী
মীন- শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব।শুভ নম্বৰ-৩, শুভ ৰং-পাতল নীলা