• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 31, 2025
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • সৰ্বত্ৰ নতুন ইংৰাজী বৰ্ষ ২০২৬ক আদৰাৰ প্ৰস্তুতি।আজি ৩১ ডিচেম্বৰ, ২০২৫ চনৰ শেষৰটো দিন। মাজত মাথোঁ কিছু ক্ষণ। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সামৰণি পৰিব অভিশপ্ত ২০২৫ৰ। ২০২৬ক আদৰিবলৈ সাজু সমগ্ৰ দেশৰ লগতে ৰাজ্যৱাসী। নতুন বৰ্ষটো সকলোৰে বাবে মংগলময় হওঁক।
  • গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। বিগত তিনি দিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। পুহমহীয়া জাৰত যথেষ্ঠ কষ্ট কৰি বিদ্যালয়লৈ যাব লগা হৈছে শিক্ষক-শিক্ষাৰ্থী। যাৰ বাবে শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ। ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব কামৰূপ (মহানগৰ) জিলাৰ চৰকাৰী বিদ্যালয়। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • ইজৰাইল-হামাছ যুদ্ধৰ অগ্নি বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই। এইবাৰ পশ্চিম এছিয়াৰ ২ খন ডাঙৰ দেশৰ মাজত বৃদ্ধি হৈছে উত্তেজনা। য়েমেনৰ মুকাল্লা বন্দৰত ছৌদি আৰবে বিমান আক্ৰমণ চলায়। ছৌদি আৰবে অভিযোগ কৰিছে যে, এই দুখন জাহাজ য়েমেনৰ বিদ্ৰোহী সংগঠনৰ বাবে ইউ এ ই (সংযুক্ত আৰব আমিৰশ্বাহী)ৰ পৰা মুকাল্লা বন্দৰলৈ অনা হৈছিল। ছৌদি আৰবে য়েমেনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ ইউ এ ইক ২৪ ঘণ্টীয়া উলটিমেটাম জাৰি কৰিছে। আক্ৰমণৰ পূৰ্বে ছৌদি আৰবে ইউ এ ইৰ ফুজাইৰা বন্দৰৰ ড্ৰোন ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত বাহনসমূহ জাহাজখনত ভৰোৱা হৈছিল। ছৌদি আৰবে য়েমেনৰ বিচ্ছিন্নতাবাদীৰ কাৰ্যকলাপৰ বাবে ইউ এ ইক পোনপটীয়াকৈ দোষাৰোপ কৰি আবুধাবিক সকীয়াই দিছিল যে তেওঁলোকৰ এই কাৰ্য অত্যন্ত বিপজ্জনক।
  • ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ মাৰাত্মক ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইটালীৰ এটা কোম্পানীৰ পৰা ৪৮টা টৰ্পিডো ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ মুঠ মূল্য ১,৮৯৬ কোটি। উল্লেখযোগ্য যে এই কোম্পানীটো এসময়ত ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীৰ সৈতে জড়িত ইটালীৰ কোম্পানীটোৰ অংশ আছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইটালীৰ WASS Submarine Systems SRL ৰ সৈতে ভাৰতীয় নৌসেনাৰ কালভাৰী শ্ৰেণীৰ চাবমেৰিন (P-75) ৰ বাবে ৪৮ টা গধুৰ ওজনৰ টৰ্পিডো আৰু আনুষংগিক সঁজুলি ক্ৰয় আৰু সংহতিৰ বাবে প্ৰায় ১,৮৯৬ কোটি ব্যয়ৰ চুক্তি স্বাক্ষৰিত হয়।৩০ ডিচেম্বৰত ৰাজধানী দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰে।
  • ১০ দিনৰ ভিতৰতে বাংলাদেশত তৃতীয় হিন্দু যুৱক বজেন্দ্ৰ বিশ্বাসৰ হত্যা। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ একেখন মৈমনসিং জিলাতে য’ত ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক মাৰপিট কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত এটা চৌহদৰ মাজত জ্বলাই দিয়া হৈছিল। এই শেহতীয়া ঘটনাই পুনৰবাৰ জ্বলাই তুলিছে হিংসাৰ জুই। খবৰ পোৱা গৈছে যে, মৈমেনছিঙৰ ভালুকাত বস্ত্ৰ কাৰখানাত সহকৰ্মীজনে বন্দুকৰে গুলীয়াই হত্যা কৰিছিল হিন্দু যুৱক তথা আনছাৰৰ সদস্য বজেন্দ্ৰ বিশ্বাসক। আনছাৰ হৈছে বাংলাদেশৰ অৰ্ধসামৰিক বাহিনী যিয়ে গাঁও প্ৰতিৰক্ষা ইউনিট হিচাপে কাম কৰে। বজেন্দ্ৰৰ বয়স ৪২ বছৰ বুলি কোৱা হৈছে।
Tags: eventsglobalmorning news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025