• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 6, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ২০২৬ৰ নিৰ্বাচনী ৰণডংকাৰ বাবে তৎপৰ শাসকীয় বিজেপি দল। ৫ জানুৱাৰীৰ ৰাজ্যজুৰি বিজেপিৰ ব্যাপক দেৱাল লিখন অভিযান আৰম্ভ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বিজেপি দলত। দেৱাল লিখনেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে গেৰুৱা দলটোৱে। সোমবাৰে খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযানৰ। অহা বিধানসভা নিৰ্বাচনত NDA য়ে অসমত কমেও ১০৩ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী। ‘মিঞাৰ দুৰ্ভাগ্য! কংগ্ৰেছক মিঞাই টকাও দিব লাগে, নিৰ্বাচনত ভোটো দিব লাগে কিন্তু উচ্ছেদৰ সময়ক মিঞাক সহায় নকৰে কংগ্ৰেছে’ এইবুলি মিঞা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰে এক ডাঙৰ মন্তব্য। ডিব্ৰুগড়তো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৱালত অংকন কৰিলে পদুম ফুল।
  • বাংলাদেশত পুনৰ আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰা হৈছে। এই ঘটনা সংঘটিত হয় ৫ জানুৱাৰীত জেছৌৰ জিলাৰ মণিৰামপুৰত। পাকিস্তানী উগ্ৰপন্থীয়ে ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰে ৰানা প্ৰতাপ বৈৰাগী নামৰ ৪৫ বছৰীয়া হিন্দু লোক এজনক। চুবুৰীয়া দেশখনত নিৰ্বাচন চমু চাপিছে যদিও হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ খবৰ অবিৰতভাৱে অব্যাহত আছে। ৰাণা প্ৰতাপ বৈৰাগীৰ হত্যাকাণ্ডকে ধৰি বিগত ৩ সপ্তাহত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে পঞ্চমটো এনে ঘটনা। খবৰ অনুসৰি, ৰাণা প্ৰতাপ বৈৰাগীক আক্ৰমণ কৰা হয়। এই ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিৱেশে আগুৰি ধৰিছে।
  • চুবুৰীয়া দেশ নেপালত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দেশখনৰ মকৱানপুৰ জিলাত সংঘটিত  হয় এই দুৰ্ঘটনা। নেপালৰ বাগমতী প্ৰদেশত পাহাৰীয়া পথৰ পৰা ১০০ মিটাৰ তললৈ জীপ এখন বাগৰি ২ জন ভাৰতীয় নাগৰিকসহ ৬ জনকৈ লোকৰ প্ৰাণহানি হয়। স্থানীয় আৰক্ষী বিষয়াৰ মতে, শনিবাৰে মাকৱানপুৰ জিলাত কাঠমাণ্ডুৰ পৰা হেটৌডা অভিমুখে গৈ থকা গাড়ীখন সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত থকা ৯ জন লোকৰ মৃত্যু হয় আৰু ৩ জনকৈ লোক আহত হয়। সম্প্ৰতি আহত লোককেইজন চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
  • তীৰ্থযাত্ৰীৰ সৈতে ননকনা চাহাবলৈ যোৱা ভাৰতীয় শিখ মহিলা সৰবজিৎ কৌৰক অতি সোনকালে পাকিস্তানৰ পৰা বিতাড়িত কৰাৰ সম্ভাৱনা। তেওঁ ভাৰতৰ পৰা দলৰ সৈতে ননকনা চাহাবলৈ গৈছিল যদিও হঠাতে দলৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল। ইয়াৰ পিছতে খবৰ আহে যে তেওঁ এগৰাকী  মুছলমান ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। আনকি তেওঁ বিয়াৰ ভিডিঅ’ও সামাজিক মাধ্যমত প্ৰকাশ কৰে। শেহতীয়া তথ্য অনুসৰি, পাকিস্তান আৰক্ষীয়ে সৰবজিৎ কৌৰ আৰু তেওঁৰ স্বামী নাছিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। ৫ জানুৱাৰীত সৰবজিৎ কৌৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। এগৰাকী সাংবাদিকে সামাজিক মাধ্যমত দাবী কৰিছিল যে, সৰবজিৎ কৌৰক অতি শীঘ্ৰে পাতিস্তানৰ পৰা বিতাড়ন কৰাৰ সম্ভাৱনা আছে। আত্তৰী-ৱাগাহ সীমান্তৰে ভাৰতলৈ পঠিয়াব পৰা যাব সৰবজিতক।
  • ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰক লৈ চীনে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইন আৰু সম্পৰ্কৰ মৌলিক নীতি-নিয়মৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰিছে। চীনে কয় যে, এনে কাৰ্য্যই ভেনিজুৱেলাৰ সাৰ্বভৌমত্ব উলংঘা কৰে আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। চীনে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ সামৰিক আক্ৰমণৰ বিষয়ে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকক সমৰ্থন কৰে। চীনে লগতে কয় যে, ৰাষ্ট্ৰসংঘৰ চনদৰ মৌলিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ মৌলিক নীতিসমূহ সুৰক্ষিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে কাম কৰিবলৈ সাজু।

Tags: Latest newsmorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025