• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
January 6, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬৬৪- ছত্ৰপতি শিৱাজী মহাৰাজে চুৰাট আক্ৰমণ কৰে।

১৯২৯- ভাৰতৰ অৱহেলিত আৰু দৰিদ্ৰ জনসাধাৰণৰ সেৱাৰ বাবে মাদাৰ টেৰেছা কলিকতালৈ (বৰ্তমান কলকাতা) উভতি আহে।

১৯৪৭- ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীয়ে ভাৰত বিভাজন মানি লয়।

১৯৫০- ব্ৰিটেইনে চীনৰ কমিউনিষ্ট চৰকাৰক স্বীকৃতি দিয়ে।

১৯৭৬- চীনে লপ ন’ৰ অঞ্চলত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।

১৯৮০- ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলে সপ্তম লোকসভা নিৰ্বাচনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে।

১৯৮৩- আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।

১৯৮৯- ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা সতৱন্ত সিং আৰু কেহৰ সিঙক ফাঁচী দিয়া হয়।

২০০২- ভাৰতে সীমান্তত অনুপ্ৰৱেশ কৰা পাকিস্তানী চোৰাংচোৱা বিমানক গুলীয়াই নিক্ষেপ কৰে। লগতে ভাৰতে ৰাজনৈতিক সফলতা লাভ কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মাজত আলোচনাৰ অন্তত স্বাক্ষৰিত হয় দিল্লী ঘোষণাপত্ৰ। বাংলাদেশী মুদ্ৰাৰ পৰা আঁতৰাই দিয়া হয় শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিকৃতি।

২০০৩ – ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ অনুমতি অবিহনে ইৰাকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আমেৰিকাক সকীয়াই দিয়ে।

২০০৭- উত্তৰ প্ৰদেশৰ হিন্দী ইনষ্টিটিউটে বাৰ্ষিক সাহিত্য বঁটাৰ অংশ হিচাপে কেদাৰনাথ সিঙক ২০০৭ চনৰ ভাৰত ভাৰতী সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

২০০৮- ৰাজ্যসভাৰ সদস্য তথা বাংগালুৰুস্থিত উদ্যোগী তথা মূলধন আৰু বিনিয়োগ কোম্পানী জুপিটাৰ কেপিটেলৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ চন্দ্ৰশেখৰক ফিচিচিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়।

২০১০- নতুন দিল্লীৰ যমুনা বেংক-আনন্দ বিহাৰ অংশত মেট্ৰ’ ৰে’ল চলাচল আৰম্ভ হয়।

২০১২- ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত সংঘটিত আত্মঘাতী আক্ৰমণত ২৬ জন লোক নিহত আৰু ৬৩ জন আহত হয়।

Tags: History newshistory Updatenews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025