• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 24, 2026
23 °c
Guwahati
24 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 9, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি অসম চৰকাৰৰ নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান। বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি দিয়া প্ৰাৰ্থীক। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ৪০০ৰো অধিক প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • অৰুণোদয়সহ অন্যান্য চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বঙাইগাঁৱৰ ঝাউকুৰা দ্বিতীয় খণ্ড গাঁৱৰ ৰাইজ। ২০ নং পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফজিলা খাতুনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ। সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে স্থানীয়ই। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকে সাব্যস্ত কৰে প্ৰতিবাদ।
  • প্ৰথমে বটদ্ৰৱা প্ৰকল্প, তাৰ পিছত শ্বহীদ স্মাৰক ক্ষেত্ৰ। ৮৬০গৰাকী শ্বহীদৰ স্মৃতি বিজড়িত শ্বহীদ স্মাৰক ক্ষেত্ৰত হিন্দী গীতৰ তালে তালে উদ্দাম নৃত্য যুৱতীৰ। হিন্দী গীতত ৰীল বনাই শ্বহীদক কৰা অপমানত ক্ষোভিত হৈ উঠিছে একাংশ।
  • ইৰাণত মুদ্ৰাস্ফীতি আৰু হ্ৰাস পোৱা মুদ্ৰাক লৈ দুসপ্তাহ ধৰি প্ৰতিবাদ অব্যাহত আছে। ৮ জানুৱাৰীত নিৰ্বাসিত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীয়ে মানুহক ঘৰৰ পৰা ওলাই আহি ইছলামিক শাসনৰ বিৰুদ্ধে বিক্ষোভ কৰিবলৈ আহ্বান জনোৱাৰ লগে লগে বিক্ষোভ তীব্ৰতৰ হৈ পৰে। ৰেজা পাহলৱীৰ এই আহ্বানৰ পিছতে ৰাজপথলৈ ওলাই আহে বৃহৎ সংখ্যক লোক। ইফালে ৰাজপথ পৰিষ্কাৰ কৰিবলৈ ইৰাণ চৰকাৰে নিৰাপত্তা বাহিনী মোতায়েন কৰে। খবৰ অনুসৰি ইৰাণৰ কমেও ৫০খন চহৰত বৃহৎ পৰিসৰৰ প্ৰতিবাদ চলি আছে। ৰাজপথলৈ ওলাই আহি ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগানেৰে চিঞৰিছে জনসাধাৰণে।
Tags: eventsmorning newsnews update

Related Posts

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা
Top News

February 24, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

February 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 24, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

February 23, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

February 23, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025