• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home আন্তঃ ৰাষ্ট্ৰীয়

      প্ৰথমে কুকুৰা আহিছিল নে কণী? প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে হেৰুৱালে জীৱন

      Nation NE by Nation NE
      August 2, 2024
      in আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      প্ৰথমে কুকুৰা আহিছিল নে কণী? প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে হেৰুৱালে জীৱন

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      পৃথিৱীলৈ প্ৰথমে কুকুৰা আহিছিল নে কণী? যুগ যুগ ধৰি চলি অহা এটি প্ৰশ্ন। আপুনিও হয়তো জীৱনত এবাৰলৈও এই প্ৰশ্নৰ সন্মুখীন হৈছে। স্কুলৰ পৰা কলেজলৈকে, আনকি বিশ্ববিদ্যালয়লৈকে, বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই এই প্ৰশ্নৰ সন্মুখীন হৈছে। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই প্ৰশ্নৰ উত্তৰ বিচাৰি গৱেষণা অব্যাহত ৰাখিছে।

      ধেমালি কৰি সোধা এই প্ৰশ্নৰ বাবে শেহতীয়াকৈ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। পৃথিৱীলৈ প্ৰথমে কুকুৰা আহিছিল নে কণী-এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে বন্ধুৱে বন্ধুৰ সৈতে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। অবিশ্বাস্য যেন লাগিলেও সংঘটিত হৈছে এই ঘটনা।

      কাদিৰ মাৰ্কুছ নামৰ এজন লোকে তেওঁৰ ডিআৰ নামৰ বন্ধুজনক সুৰাপান কৰিবলৈ মাতি আনিছিল। সুৰাপান কৰি থকা অৱস্থাতে কাদিৰে বন্ধুজনক উদ্দেশ্যি এই প্ৰশ্নটো কৰে। কিন্তু উত্তৰ দিব পৰা নাছিল বন্ধু মাৰ্কুছে। এয়াই যেন কাল হৈ পৰিল বন্ধুজনৰ বাবে।

      প্ৰথমে কুকুৰা আহিছিল নে কণী এই সাঁথৰটো সমাধান কৰাৰ বাবে প্ৰথমে দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে দুয়োৱে দুয়োকে আক্ৰমণ কৰিবলৈ উদ্যত হয়। তৰ্কাতৰ্কিৰ অন্তত সেই স্থানৰ পৰা আঁতৰি গৈছিল মাৰ্কুজ। পিছে ক্ষান্ত হোৱা নাছিল ডিআৰ। প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবেই ডিআৰে কাদিৰক বাহনেৰে খেদি খেদি চোকা অস্ত্ৰৰে প্ৰাণ লয়।

      ইতিমধ্যে অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে এই ঘটনাৰ সময়তে দুয়ো নিচাসক্ত অৱস্থাত আছিল। দোষী সাব্যস্ত হ’লে ডিআৰক ১৮ বছৰ পৰ্যন্ত জেল খাটিব লাগিব বুলি মন্তব্য কৰিছে আৰক্ষীৰ দলে।

      সকলোকে আচৰিত কৰি তোলা এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে এই খবৰে।

      Tags: ChickenEggIndonesiaRiddle

      Related Posts

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট
      Top News

      June 7, 2025
      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      June 5, 2025

      শীৰ্ষ সংবাদ

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist