• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

প্ৰথমে কুকুৰা আহিছিল নে কণী? প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে হেৰুৱালে জীৱন

Nation NE by Nation NE
August 2, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰথমে কুকুৰা আহিছিল নে কণী? প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে হেৰুৱালে জীৱন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পৃথিৱীলৈ প্ৰথমে কুকুৰা আহিছিল নে কণী? যুগ যুগ ধৰি চলি অহা এটি প্ৰশ্ন। আপুনিও হয়তো জীৱনত এবাৰলৈও এই প্ৰশ্নৰ সন্মুখীন হৈছে। স্কুলৰ পৰা কলেজলৈকে, আনকি বিশ্ববিদ্যালয়লৈকে, বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই এই প্ৰশ্নৰ সন্মুখীন হৈছে। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই প্ৰশ্নৰ উত্তৰ বিচাৰি গৱেষণা অব্যাহত ৰাখিছে।

ধেমালি কৰি সোধা এই প্ৰশ্নৰ বাবে শেহতীয়াকৈ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। পৃথিৱীলৈ প্ৰথমে কুকুৰা আহিছিল নে কণী-এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে বন্ধুৱে বন্ধুৰ সৈতে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। অবিশ্বাস্য যেন লাগিলেও সংঘটিত হৈছে এই ঘটনা।

কাদিৰ মাৰ্কুছ নামৰ এজন লোকে তেওঁৰ ডিআৰ নামৰ বন্ধুজনক সুৰাপান কৰিবলৈ মাতি আনিছিল। সুৰাপান কৰি থকা অৱস্থাতে কাদিৰে বন্ধুজনক উদ্দেশ্যি এই প্ৰশ্নটো কৰে। কিন্তু উত্তৰ দিব পৰা নাছিল বন্ধু মাৰ্কুছে। এয়াই যেন কাল হৈ পৰিল বন্ধুজনৰ বাবে।

প্ৰথমে কুকুৰা আহিছিল নে কণী এই সাঁথৰটো সমাধান কৰাৰ বাবে প্ৰথমে দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে দুয়োৱে দুয়োকে আক্ৰমণ কৰিবলৈ উদ্যত হয়। তৰ্কাতৰ্কিৰ অন্তত সেই স্থানৰ পৰা আঁতৰি গৈছিল মাৰ্কুজ। পিছে ক্ষান্ত হোৱা নাছিল ডিআৰ। প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবেই ডিআৰে কাদিৰক বাহনেৰে খেদি খেদি চোকা অস্ত্ৰৰে প্ৰাণ লয়।

ইতিমধ্যে অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে এই ঘটনাৰ সময়তে দুয়ো নিচাসক্ত অৱস্থাত আছিল। দোষী সাব্যস্ত হ’লে ডিআৰক ১৮ বছৰ পৰ্যন্ত জেল খাটিব লাগিব বুলি মন্তব্য কৰিছে আৰক্ষীৰ দলে।

সকলোকে আচৰিত কৰি তোলা এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে এই খবৰে।

Tags: ChickenEggIndonesiaRiddle

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025