• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 15, 2026
19 °c
Guwahati
19 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    “জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    ভোগালী বিহুৰ সময়তে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ আহিছে ডাঙৰ খবৰ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…

Nation NE by Nation NE
January 14, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

লণ্ডনত পাকিস্তানী গ্ৰুমিং গেঙে এগৰাকী ১৪ বছৰীয়া শিখ কিশোৰীক অপহৰণ কৰি তাৰ পিছত অপকৰ্ম সংঘটিত কৰে। কিশোৰীগৰাকীক অপহৰণ কৰি এটা ফ্লেটত আৱদ্ধ কৰি ৰাখিছিল এই দলটোৱে, য’ত ৫-৬ জন লোকে কিশোৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লণ্ডনত বসবাস কৰা শিখসকলে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে অভিযুক্তৰ ফ্লেটৰ বাহিৰত সমবেত হৈ এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰে। আন শিখধৰ্মীয় লোকসকলে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে অভিযুক্তৰ ফ্লেটত ভিৰ কৰে। অলপ সময়ৰ ভিতৰতে ২০০ৰো অধিক শিখ লোক উপস্থিত হৈ কেইবা ঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছত সকলোৱে মিলি কিশোৰীগৰাকীৰ মুক্তি নিশ্চিত কৰে। শিখসকলে অভিযোগ কৰে যে, পশ্চিম লণ্ডনত কিশোৰীগৰাকীৰ অপহৰণ আৰু ভয়ংকৰ কাণ্ড সাধাৰণ হৈ পৰিছে। এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে। আমেৰিকাৰ ব্যৱসায়ী ইলন মাস্কেও ইয়াৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰীক কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰে।

Tags: GIRLLondonSikh

Related Posts

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

January 15, 2026
১৫ জানুৱাৰীত কিয় পালন কৰা হয় ভাৰতীয় সেনা দিৱস? জানক সবিশেষ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 15, 2026
“জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…
Top News

“জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…

January 14, 2026

শীৰ্ষ সংবাদ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা

১৫ জানুৱাৰীত কিয় পালন কৰা হয় ভাৰতীয় সেনা দিৱস? জানক সবিশেষ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025