• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 17, 2026
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
  • দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী মোদী। বিয়লি ৫.২০ বজাত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী মোদী। ইয়াৰ পিছতে সন্ধিয়া ৬ বজাত ‘বাগুৰুম্বা দহৌ’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নিশাটো প্ৰধানমন্ত্ৰী মোদীয়ে অতিবাহিত কৰিব কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত। ১৮ জানুৱাৰীত পুৱা ৯.৩০ বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব মোদী। কলিয়াবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ এলিভেটত ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত মোদীয়ে অংশ ল’ব জনসভাত। ১১ বজাত প্রকল্প মুকলি ৰাজহুৱা সভাত কৰিব অংশগ্ৰহণ। ১৮ জানুৱাৰীত দিনৰ ১ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
  • আজি বিশ্বদৰবাৰত অসমে ‘বাগুৰুম্বা দ’হৌ’ৰে ৰচনা কৰিব ইতিহাসৰ৷ ১০,০০০ৰো অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰিব৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব সমগ্ৰ অসমবাসী। বড়ো জনগোষ্ঠীৰ লোক-সংস্কৃতি বিশ্বদৰবাৰত জিলিকাবলৈ অসম চৰকাৰ এয়া অতি অতুলনীয় পদক্ষেপ। বিহু আৰু ঝুমুৰৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সহযোগত বড়ো শিল্পীৰ দ্বাৰা পৰিৱেশিত ‘বাগুৰুম্বা দ’হৌ’ হব তৃতীয়টো বিশ্ব অভিলেখ।
  • আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চতুৰ্থটো শুনানি। আদালতৰ ভাৰ্চুৱেল শুনানিত উপস্থিত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জেলত বন্দী ৭ জনকৈ অভিযুক্ত সিদ্ধাৰ্থ, শ্যামকানু, শেখৰজ্যোতি, অমৃতপ্ৰভা, সন্দীপন, নন্দেশ্বৰ আৰু পৰেশ। প্ৰথমবাৰলৈ এই ৭ অভিযুক্তৰ হৈ আদালতলৈ আহিব কলকাতাৰ অভিবক্তা। লগতে আজি আদালতলৈ আহিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়াল।
  • অনলাইন গেম আৰু জুৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ নিৰাপত্তাৰ বাবে ব্লক কৰিছে ২৪২ টা অবৈধ বেটিং আৰু গেম্বলিং ৱেবছাইট। শেহতীয়াকৈ ‘মানি গেম’সমূহ নিষিদ্ধ কৰাৰ পিছতেই অবৈধভাৱে চলি থকা বেটিং ছাইটসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, বৰ্তমানলৈকে প্ৰায় ৭,৮০০ টাতকৈও অধিক অবৈধ ৱেবছাইট বন্ধ কৰা হৈছে।
  • শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, ইৰাণে প্ৰতিবাদকাৰীৰ পৰিকল্পিত গণহত্যাকৰণ বাতিল কৰিছে। এয়া এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পদক্ষেপ বুলিও তেওঁ অভিহিত কৰিছে। ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ লগতে নিৰাপত্তা বাহিনীৰ কঠোৰ দমন কাৰ্যসূচীয়ে আন্তঃৰাষ্ট্ৰীয় তদন্তৰ সন্মুখীন হোৱাৰ সময়তে ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ কৰিছে।
Tags: Latest newsmorning updatenews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025