• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 17, 2026
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
  • দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী মোদী। বিয়লি ৫.২০ বজাত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী মোদী। ইয়াৰ পিছতে সন্ধিয়া ৬ বজাত ‘বাগুৰুম্বা দহৌ’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নিশাটো প্ৰধানমন্ত্ৰী মোদীয়ে অতিবাহিত কৰিব কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত। ১৮ জানুৱাৰীত পুৱা ৯.৩০ বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব মোদী। কলিয়াবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ এলিভেটত ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত মোদীয়ে অংশ ল’ব জনসভাত। ১১ বজাত প্রকল্প মুকলি ৰাজহুৱা সভাত কৰিব অংশগ্ৰহণ। ১৮ জানুৱাৰীত দিনৰ ১ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
  • আজি বিশ্বদৰবাৰত অসমে ‘বাগুৰুম্বা দ’হৌ’ৰে ৰচনা কৰিব ইতিহাসৰ৷ ১০,০০০ৰো অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰিব৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব সমগ্ৰ অসমবাসী। বড়ো জনগোষ্ঠীৰ লোক-সংস্কৃতি বিশ্বদৰবাৰত জিলিকাবলৈ অসম চৰকাৰ এয়া অতি অতুলনীয় পদক্ষেপ। বিহু আৰু ঝুমুৰৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সহযোগত বড়ো শিল্পীৰ দ্বাৰা পৰিৱেশিত ‘বাগুৰুম্বা দ’হৌ’ হব তৃতীয়টো বিশ্ব অভিলেখ।
  • আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চতুৰ্থটো শুনানি। আদালতৰ ভাৰ্চুৱেল শুনানিত উপস্থিত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জেলত বন্দী ৭ জনকৈ অভিযুক্ত সিদ্ধাৰ্থ, শ্যামকানু, শেখৰজ্যোতি, অমৃতপ্ৰভা, সন্দীপন, নন্দেশ্বৰ আৰু পৰেশ। প্ৰথমবাৰলৈ এই ৭ অভিযুক্তৰ হৈ আদালতলৈ আহিব কলকাতাৰ অভিবক্তা। লগতে আজি আদালতলৈ আহিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়াল।
  • অনলাইন গেম আৰু জুৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ নিৰাপত্তাৰ বাবে ব্লক কৰিছে ২৪২ টা অবৈধ বেটিং আৰু গেম্বলিং ৱেবছাইট। শেহতীয়াকৈ ‘মানি গেম’সমূহ নিষিদ্ধ কৰাৰ পিছতেই অবৈধভাৱে চলি থকা বেটিং ছাইটসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, বৰ্তমানলৈকে প্ৰায় ৭,৮০০ টাতকৈও অধিক অবৈধ ৱেবছাইট বন্ধ কৰা হৈছে।
  • শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, ইৰাণে প্ৰতিবাদকাৰীৰ পৰিকল্পিত গণহত্যাকৰণ বাতিল কৰিছে। এয়া এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পদক্ষেপ বুলিও তেওঁ অভিহিত কৰিছে। ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ লগতে নিৰাপত্তা বাহিনীৰ কঠোৰ দমন কাৰ্যসূচীয়ে আন্তঃৰাষ্ট্ৰীয় তদন্তৰ সন্মুখীন হোৱাৰ সময়তে ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ কৰিছে।
Tags: Latest newsmorning updatenews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025