• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
29 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      চকলেট প্ৰিয়সকললৈ দুঃখবৰ! চকলেট তৈয়াৰী সামগ্ৰীত পোৱা গৈছে বিষাক্ত দ্ৰব্য; নতুন অধ্যয়নে সৃষ্টি কৰিছে আতংকৰ

      Nation NE by Nation NE
      August 2, 2024
      in ৰাষ্ট্ৰীয়, অসম, উত্তৰ পূৱ, বিনোদন
      0 0
      চকলেট প্ৰিয়সকললৈ দুঃখবৰ! চকলেট তৈয়াৰী সামগ্ৰীত পোৱা গৈছে বিষাক্ত  দ্ৰব্য; নতুন অধ্যয়নে সৃষ্টি কৰিছে আতংকৰ

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      এসময়ত মানুহে উদযাপনৰ বাবে লাড়ু বা মিঠাই বিতৰণ কৰিছিল যদিও এতিয়া সময় সলনি হৈছে। এতিয়া উৎসৱ আৰু সুখৰ অনুষ্ঠানৰ সময়ত মানুহে মিঠাইৰ সলনি চকলেট খাবলৈ বেছি পছন্দ কৰে।

      বহুতে চকলেটক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে। অৱশ্যে আমেৰিকাৰ বিজ্ঞানীসকলৰ এক অধ্যয়নত চকলেট প্ৰেমীসকলৰ বাবে এটা বেয়া খবৰ পোহৰলৈ আহিছে। বহুতো চকলেট সামগ্ৰীত বিষাক্ত ধাতু পোৱা গৈছে। যিবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজ্জনক হ’ব পাৰে।

      নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি, ৱাশ্বিংটন ইউনিভাৰ্চিটি অৱ আমেৰিকাই কৰা এক গৱেষণাত চকলেটৰ পৰা তৈয়াৰী বহু সামগ্ৰীত অত্যধিক পৰিমাণৰ বিষাক্ত দ্ৰব্য পোৱা গৈছে।

      এই অধ্যয়নত বিজ্ঞানীসকলে ৮ বছৰ ধৰি ক’কৰ পৰা তৈয়াৰী ৭২ টা সামগ্ৰী পৰীক্ষা কৰিছিল। য’ত ডাৰ্ক চকলেটকো অন্তৰ্ভুক্ত কৰা হৈছিল। গৱেষকসকলে চকলেটৰ পৰা তৈয়াৰী ৪৩% সামগ্ৰীত বিষাক্ত দ্ৰব্যৰ পৰিমাণ নিৰ্ধাৰিত সীমাতকৈ অধিক আছিল ।

      আনহাতে, ৩৫% সামগ্ৰীত কেডমিয়ামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক আছিল।

      Tags: #AssamChocolateHealth NewsIndia

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ
      Top News

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      September 9, 2025
      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু
      Top News

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      September 9, 2025
      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…
      Top News

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…

      September 9, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 9, 2025

      শীৰ্ষ সংবাদ

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist