• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 19, 2026
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ১৮ জানুৱাৰীত উদ্বোধন কৰা হয় কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্রকল্প। কলিয়াবৰৰ বিশাল জনসভাত ভাষ্য প্ৰদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে, অসমে কোনো “পাকিস্তানী এজেণ্ট” ৰ ওচৰত আত্মসমৰ্পন নকৰে। এনেদৰে কৈ মুখ্যমন্ত্ৰীয়ে কংগ্রেছৰ সাংসদ গৌৰৱ গগৈৰ কটাক্ষ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান অসমত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। অসমৰ জনসাধাৰণে কোনো “অচিনাকি লোক”ৰ ওচৰত আত্মসমৰ্পণ নকৰে। তেওঁ কয় যে,  অসম সলনি হৈছে। আজিৰ অসমীয়াই কোনো পাকিস্তানী এজেণ্ট বা অচিনাকি লোকৰ সন্মুখত আত্মসমৰ্পণ নকৰে। এয়া এক নতুন অসম।
  • অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সাহায্য ব্যৱস্থাৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ১৮ জানুৱাৰীত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে, যিসকল বিশেষভাৱে সক্ষম প্রার্থীয়ে ADREৰ লিখিত পর্যায়ত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষাত হাজিৰ হোৱাৰ সুযোগ দিয়া হ’ব৷
  • জম্মু-কাশ্মীৰৰ কিস্তৱাৰত সেনাৰ ‘অপাৰেচন ত্ৰাসী-১’ শীৰ্ষক অভিযান আৰম্ভ কৰে। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত আহত হয় সেনাৰ ৮ গৰাকীকৈ জোৱান। কিস্তৱাৰৰ এন*কা*উ*ণ্টাৰ স্থানত অতিৰিক্ত সেনা, চি আৰ পি এফ আৰু আৰক্ষী জোৱান নিয়োগ কৰা হয়।এই সংঘৰ্ষত জড়িত সন্ত্ৰাসবাদী জইছ-ই-মহম্মদ (JeM)ৰ সৈতে জড়িত বুলি অনুমান কৰা হৈছে। জম্মু-কাশ্মীৰ অঞ্চলত চলিত বৰ্ষত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এইটো তৃতীয় সংঘৰ্ষ।
  • ১৮ জানুৱাৰীত দক্ষিণ স্পেইনত সংঘটিত হয় এক মৰ্মান্তিক ৰে’ল দুৰ্ঘটনা। কৰ্ডোবা প্ৰদেশত দুখন তীব্ৰবেগী ৰে’লৰ মুখামুখি সংঘৰ্ষত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে ৭০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। এই দুৰ্ঘটনাক স্পেইনৰ অন্যতম মাৰাত্মক ৰে’ল দুৰ্ঘটনা বুলি গণ্য কৰা হয়।জিএমটিৰ নিশা প্ৰায় ৫:৪০ বজাত কৰ্ডোবাৰ আদামুজ ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰাৰম্ভিক তথ্য অনুসৰি, মালাগাৰ পৰা মাদ্ৰিদলৈ গৈ থকা ইৰিয়া ৬১৮৯ তীব্ৰবেগী ৰে’লখন হঠাতে ৰে’লপথৰ পৰা আঁতৰি ওচৰৰ ট্ৰেকত ড্ৰিফ্ট হৈ যায়।
Tags: Latest newsmorning updatenews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025