• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 21, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • সোমবাৰে সন্ধিয়া সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে উত্তপ্ত হৈ পৰে কোকৰাঝাৰৰ পৰিস্থিতি। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে। যাৰ বাবে এই পৰিস্থিতিৰ অধিক অৱনতি ঘটে। গণপ্ৰহাৰত ২ জনকৈ লোকৰ প্ৰাণহানি হয়। লগতে আহত হয় বহুকেইজন লোক। উত্তেজিত লোকে স্কৰপিঅ’ বাহন এখনত অগ্নিসমযোগ কৰে। অতি নিৰ্মমভাৱে হত্যা কৰা হয় ২ জন লোকক। এই ঘটনা সন্দৰ্ভত ১৮ জনকৈ লোকক আটক কৰা হয়।
  • কোকৰাঝাৰৰ কাণ্ডক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে বিটিচি প্ৰধান হামাগ্ৰা মহিলাৰীয়ে। আইন শৃংখলা পৰিস্থিতি ৰক্ষাৰ বাবে স্বাৰ্থত কোকৰাঝাৰ, চিৰাঙত বন্ধ কৰা হয় ইণ্টাৰনেট সেৱা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কোকৰাঝাৰৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট দিয়ে। কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা বাহিনী মোতায়েন কৰা হয় লগতে ৰেপিড এক্সন ফৰ্চ গঠন কৰা হয়।
  • ১১ ফেব্ৰুৱাৰীত বিতৰণ কৰা হ’ব  ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ৰ ধন। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে লাভ  কৰিব ৪০,০০০ টকা। লগতে গৱেষক শিক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰে ২৫,০০০ টকাও আগবঢ়াব।
  • অবৈধ প্ৰব্ৰজন সকলো দেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। বহু দেশত ই এক ৰাজনৈতিক বিষয়ো হৈ পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিদেশলৈ ভাৰতীয়ৰ অবৈধ প্ৰব্ৰজনৰ ঘটনা বাঢ়িছে। বিগত ৫ বছৰৰ ভিতৰত ৮১খন দেশৰ পৰা এক লাখৰো অধিক ভাৰতীয়ক বিতাড়িত কৰা হৈছে। এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৰ্তমান গড়ে প্ৰতি বছৰে ২৫ হাজাৰ ভাৰতীয়ক বিতাড়িত কৰা হৈছে। আনহাতে, পাঁচ বছৰ আগলৈকে এই সংখ্যা আছিল ১৪-১৫ হাজাৰৰ ভিতৰত।
  • ভাৰত-বাংলাদেশৰ সম্পৰ্কত চলি থকা উত্তেজনাৰ মাজতে এক উল্লেখযোগ্য উন্নয়ন ঘটিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেনক ভাৰতৰ কৌশলগত চিলিগুৰি কৰিডৰৰ অতি ওচৰত অৱস্থিত তীষ্টা নদী প্ৰকল্প এলেকাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে, যাক “চিকেনছ নেক” বুলিও কোৱা হয়। ২২ কিলোমিটাৰ বহল এই সংকীৰ্ণ ভূখণ্ডই মূল ভাৰতক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে সংযোগ কৰে।চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেনে সোমবাৰে ৰংপুৰ জিলাৰ কৌনিয়া মহকুমাৰ তীস্তা নদীৰ খহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ লগত বাংলাদেশৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন উপদেষ্টা চৈয়দা ৰিজৱানা হাছান উপস্থিত থাকে। মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে চীনৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই ভ্ৰমণ তীস্তা নদীৰ সৰ্বাংগীন ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ (টিএমপি) চলি থকা কাৰিকৰী মূল্যায়নৰ সৈতে জড়িত।
Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025