• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

Nation NE by Nation NE
January 21, 2026
in Top News, অসম
0 0
স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড
Share on FacebookShare on TwitterWhatsApp

ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালত লগতে Pocso আদালতে দিলে এক গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অপৰাধত কাৰাদণ্ড বিহা হয় কমল চৌধুৰী নামৰ এজন ব্যক্তিক। ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে অভিযুক্তক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে।

ঘটনাৰ বিৱৰণ অনুসৰি, ২০১৮ চনত ৰঙিয়াত এগৰাকী নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল কমল চৌধুৰীয়ে। ৰঙিয়াৰ কনিহা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছিল এই নিৰ্লজ্জ কাণ্ড। অভিযুক্ত কমল চৌধুৰী চৰকাৰী স্বাস্থ্যকেন্দ্ৰখনৰ কম্পাউন্দাৰ আছিল। ভুক্তভোগীয়ে স্কুলৰ পৰা অহা পথত শাৰিৰীক অসুস্থতাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ যায়। তাতেই কম্পাউন্দাৰ কমল চৌধুৰীয়ে নাবালিকাগৰাকীৰ সৈতে ঘৃণনীয় এই ঘটনা সংঘটিত কৰে।

ইয়াৰ পিছতে গোচৰ নং ২২/১৮ ৰ অধীনত অভিযুক্ত কমল চৌধুৰীক দোষী সাব্যস্ত কৰি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে। লগতে ভুক্তভোগীক ২ লাখ টকাৰ আৰ্থিক ক্ষতিপুৰণৰ নিৰ্দেশ দিয়ে আদালতে। চৰতাৰী স্বাস্থকেন্দ্ৰত সংঘটিত এনে নিৰ্লজ্জ কাণ্ডই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলজুৰি।

Tags: #AssammolestPocsoRangia

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025