• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনু ভাকৰ; কাইলৈ স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব শ্বুটিং ৰেঞ্জত

Nation NE by Nation NE
August 2, 2024
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনু ভাকৰ; কাইলৈ স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব শ্বুটিং ৰেঞ্জত
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ পৰা আহিছে ভাল খবৰ। বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ ষষ্ঠ দিনটোত পুনৰবাৰ জিলিকি উঠিছে শ্বুটাৰ মনু ভাকৰ। এইবাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকৰে।

ফাইনেলত স্থান নিশ্চিত কৰাৰ লগে লগে মনু ভাকৰৰ জৰিয়তে ভাৰতবাসীয়ে আৰু এটা পদক লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। পদকৰ বাবে মনু ভাকৰে কাইলৈ অৰ্থাৎ ৩ আগষ্টত ফাইনেলত অৱতীৰ্ণ হ’ব।

কোৱালিফায়িং ৰাউণ্ডত মুঠ ৫৯০ পইণ্টেৰে দ্বিতীয় স্থানত থকা মনু ভাকৰে শনিবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১ বজাত পদক অৰ্জনৰ বাবে শ্বুটিং ৰেঞ্জত নামিব।

ভাৰতীয় শ্বুটাৰগৰাকীয়ে ২৫ মিটাৰ পিষ্টলৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰিছিজন ৰাউণ্ডত ২৯৪ পইণ্ট আৰু ৰেপিড ৰাউণ্ডত ২৯৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থাকে।

উল্লেখ্য যে, চলিত অলিম্পিকত মনু ভাকৰে এই পৰ্যন্ত লাভ কৰিছে দুটা ব্ৰঞ্জ পদক। অলিম্পিক ইতিহাসত একেটা অলিম্পিকত দুটা পদক অৰ্জন কৰা মনু ভাকৰ একমাত্ৰ ভাৰতীয়। যদিহে শনিবাৰে মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনুৱে পদক অৰ্জন কৰে তেন্তে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে হ’ব এক ঐতিহাসিক ক্ষণ।

Tags: IndiaManu BhakerMedalParis Olympics 2024Shooting

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025