• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

Nation NE by Nation NE
January 25, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰা অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীকো গণৰাজ্য দিৱসত সন্মান জনোৱা হ’ব। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত চৰকাৰে ঘোষণা কৰিছে যে, তেওঁক বিশিষ্ঠ সেৱা পদক (ভি এছ এম) প্ৰদান কৰা হ’ব।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দুৰক লৈ যেতিয়া উৰাবাতৰি প্ৰচাৰ হৈছিল, তেতিয়া ভাৰতীয় বায়ুসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙক কমাণ্ড দিয়া হৈছিল। চুবুৰীয়া দেশখনৰ মিছা কথা উদঙাই দি এই অভিযানৰ উদ্দেশ্য বিশ্ববাসীৰ আগত প্ৰকাশ কৰে।

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে প্ৰথমবাৰৰ বাবে সকলোকে সম্বোধন কৰে, যেতিয়া তেওঁ ভাৰতীয় দলটোক বহুজাতিক সামৰিক অনুশীলনত নেতৃত্ব দি ভাৰতীয় সেনাবাহিনীৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়। ‘এক্সাৰচাইজ ফৰ্চ ১৮’ নামেৰে নামাকৰণ কৰা এই অনুশীলন ভাৰতে এতিয়ালৈকে চলোৱা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল। অনুশীলনত অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত লেফটেনেণ্ট কৰ্ণেল ছফিয়া কুৰেশ্বী আছিল একমাত্ৰ মহিলা বিষয়া।

২৫ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় নিৰাপত্তা বাহিনীৰ জোৱান আৰু বিষয়াসকলক বীৰত্ব বঁটাৰে সন্মানিত কৰিবলগীয়া তালিকা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছে যে, মুঠ ১৩৩ গৰাকী বিষয়াক বিশিষ্ট সেৱা পদক (ভি এছ এম) প্ৰদান কৰা হ’ব। ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়ত বিশিষ্টতা লাভ কৰা ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীকো সন্মান জনোৱা হ’ব।

Tags: IndiakashmirOperation Sindoor

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025