• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 30, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সভাত ৪টা প্ৰকল্পৰ আধাৰশিলাৰ লগতে ১টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ উপস্থিত থাকিব ধেমাজিৰ মিচিং যুৱ মহোৎসৱত। ইয়াৰ পিছতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৪ বজাত উপস্থিত হ’ব বাজপেয়ী ভৱনত। বাজপেয়ী ভৱনত কৰ্ণধাৰ সমিতিৰ বৈঠকত ভাগ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে।
  • আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি। ৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।অমৃতপ্ৰভা আৰু ২ দেহৰক্ষীৰ জামিনক লৈ হ’ব শুনানি। নিলম্বিত দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ ৰায় দিব আদালতে। ইফালে এই ৩ অভিযুক্তৰ জামিন নাকচ কৰিবলৈ আদালতত আৱেদন কৰে SIT য়ে। লগতে সিদ্ধাৰ্থৰ ফ্লেট জব্দ কৰিবলৈও আদালতত আৱেদন SIT-ৰ। আকৌ শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনে প্ৰত্যাহাৰ কৰিছে জামিন আৱেদন।
  • ২৮ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৩ জনীয়া এটা দল গঠন কৰিছে। মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ডিজিচিএৰ মুম্বাই কাৰ্যালয়ৰ তিনিজনীয়া দলৰ সৈতে এএআইবিৰ দলটোৱে সেইদিনা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে। এএআইবিৰ সঞ্চালক প্ৰধানেও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই দুৰ্ঘটনাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি আন চাৰিজন লোকৰ প্ৰাণ কাঢ়ি নিলে।
  • বিমান পৰিবহণ খণ্ডত এক বৃহৎ আৰু আগ্ৰাসী পদক্ষেপৰ কথা ঘোষণা কৰি পুনৰবাৰ কানাডাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্ৰাম্পে কানাডাক আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী গালফষ্ট্ৰিমৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি দুয়োখন দেশৰ মাজত অধিক বাণিজ্যিক উত্তেজনাৰ আশংকা সৃষ্টি কৰিছে।
Tags: Latest newsmorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025