• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হৃদয় চুই যোৱা কেইখনমান ছবি; কেৰালাৰ অৰণ্যৰ পৰা ৫ দিনৰ অন্তত উদ্ধাৰ ৪ শিশু

Nation NE by Nation NE
August 3, 2024
in Top News, ৰাষ্ট্ৰীয়, সম্পাদকীয়
0 0
হৃদয় চুই যোৱা কেইখনমান ছবি; কেৰালাৰ অৰণ্যৰ পৰা ৫ দিনৰ অন্তত উদ্ধাৰ ৪ শিশু
Share on FacebookShare on TwitterWhatsApp

কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত বৰ্তমানলৈ প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ ফলত এতিয়াও কেইবা শতাধিক লোক আৱদ্ধ হৈছে। ইয়াৰ মাজতে কেইখনমান ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে। কেৰালাৰ বন বিষয়াই ৮ ঘন্টা ধৰি কৰা অভিযানৰ অন্তত ৬ জন আদিৱাসী শিশুক উদ্ধাৰ কৰাৰ হৃদয়স্পৰ্শী ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত।

এই ঘটনাক কেন্দ্ৰ কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয়, ‘বন বিষয়াৰ এই ফটোকেইখনে বহু কথা কৈছে। সংকটৰ সময়ত কেৰালা প্ৰশাসন সদায় যে ৰাইজৰ পক্ষত থাকে সেই ছবি ফুটি উঠিছে’।

উল্লেখ্য যে, কলপেট্টা ৰেঞ্জৰ বন বিষয়া কে হশীষৰ নেতৃত্বত এটা চাৰিজনীয়া দলে বৃহস্পতিবাৰে এটা আদিৱাসী পৰিয়ালক উদ্ধাৰ কৰাৰ বাবে জংঘলৰ ভিতৰত সোমাই এই অভিযানটো সফল কৰি তোলে। উদ্ধাৰ কৰা শিশুসকলৰ বয়স প্ৰায় ১ বছৰৰ পৰা ৪ বছৰৰ বুলি জানিব পৰা গৈছে।

ৱায়নাডৰ পনিয়া সমুদায়ৰ সৈতে সংযোগ থকা এই পৰিয়ালটো পাহাৰৰ এটা গুহাত আৱদ্ধ হৈ পৰিছিল। গুহাটো ইমানে বিপদজনক আছিল যে, উদ্ধাৰকাৰী দলটো সেই স্থান পাবলৈ প্ৰায় ৪ ঘন্টা সময় লাগিছিল।

পিটিআইৰ সৈতে হোৱা সাক্ষাৎকাৰত বন বিষয়াজনে কয়, ‘বৃহস্পতিবাৰে মাতৃৰ সৈতে চাৰিবছৰীয়া এটা শিশুক সেই অঞ্চলটোত দেখা গৈছিল। বাৰ্তালাপ কৰাৰ অন্তত গম পোৱা গ’ল, তেওঁলোকৰ আৰু তিনিটা সন্তানৰ সৈতে পিতৃও গুহাত আৱদ্ধ হৈ আছে’।

লগতে বিষয়াগৰাকীয়ে কয় যে পৰিয়ালটো আদিৱাসী সম্প্ৰদায়ৰ এটা বিশেষ শ্ৰেণীৰ সৈতে সম্পৰ্কিত থকা। যিটো সম্প্ৰদায়ৰ সাধাৰণ শ্ৰেণীৰ সৈতে বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞ আছে। ইফালে, ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ থকা পৰিয়ালটোৱে বিগত কিছুদিনৰ পৰাই খাদ্য সংকটত ভুগি আছে।

আনহাতে, বন বিষয়াসকলে নিজৰ উদ্ধাৰ কাৰ্যৰ বিষয়ে পিটিআইক অৱগত কৰিছে। তেওঁলোকে তীব্ৰ বৰষুণৰ বাবে যথেষ্ট সংকটৰ মাজেৰে পাৰ হ’ব লগা হৈছে। বৰ্তমান পৰিয়ালটো সংকটমুক্ত। তেওঁলোকক খাদ্য-পানী যোগান ধৰা হৈছে। প্ৰথম অৱস্থাত পিতৃয়ে উদ্ধাৰকাৰী দলটোৰ সৈতে আহিবলৈ বিচৰা নাছিল, কিন্তু বহুত বুজোৱাৰ পিছত দলটোৰ সৈতে আহিবলৈ সন্মত হৈছিল পিতৃ।

ইফালে, বিষয়টো সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। বিষয়াসকলে কেইবাঘন্টা ধৰি কৰা অভিযানৰ অন্তত পৰিয়ালটোক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই কৰ্ম প্ৰশংসাৰ যোগ্য।

Tags: #Assam

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025