• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 4, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • এক মৃদু ভূঁইকপে জোঁকাৰিলে ৰাজ্য। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি। পুৱা ৮.৫৬ বজাত অনুভূত হয় ভূমিকম্পৰ জোঁকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২।
  • গোৱালপাৰাৰ বুধিপৰাত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৱতি নিশা বৰযাত্ৰীৰ বাহন এখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা অৱস্থাত পিছফালৰ এখন মালবাহী ট্ৰাকে খুন্দা মাৰে। ইয়াৰ ফলত থিতাতে নিহত হয় ২জনকৈ লোক লগতে ১০ জনতকৈও অধিক লোক আহত হয়। নিহত দুজন হৈছে ৰবি দাস আৰু নৰেশ দাস। নৰেশ দাস আৰু ৰবি দাস আছিল দৰাৰ ককায়েক আৰু মোমায়েক। আহতসকলক উদ্ধাৰ কৰি আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা নিধনুৰাম ৰাজবংশী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
  • আজি উচ্চতম ন্যায়ালয়ত SIRক লৈ গুৰুত্বপূৰ্ণ শুনানি। SIRক লৈ আজি ডাঙৰ ৰায় দিয়াৰ সম্ভাৱনা উচ্চতম ন্যায়ালয়ৰ। SIRৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ আৱেদন দাখিল। পশ্চিমবংগত ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে ৫৮ লাখ লোকৰ নাম। ইচ্ছাকৃতভাৱে মুছলমান ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ। আজি আদালতত যুক্তি দৰ্শাব মমতা বেনাৰ্জীয়ে।
  • ১৯৯০ চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠা হোৱা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ প্ৰতিষ্ঠাপক সদস্য সন্ত্ৰাসবাদী অধিনায়ক কাইজাৰ আহমেদ মিৰ ওৰফে মহম্মদ ইকবালৰ ২ ফেব্ৰুৱাৰীত পাকিস্তানৰ ৰাজধানী ইছলামবাগত মৃত্যু হয়। খবৰ অনুসৰি, এই কুখ্যাত আৰু নিষ্ঠুৰ হিজবুল মুজাহিদীনৰ সেনাপতিজন কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। ভাৰতৰ পৰা পলায়ন কৰাৰ পিছত বিগত দুটা দশক ধৰি পাকিস্তানৰ ৰাজধানী ইছলামবাগৰ তৰলাই কালান অঞ্চলত বাস কৰিছিল।
Tags: Latest newsmorning newsnews update

Related Posts

‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

শীৰ্ষ সংবাদ

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025