• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

Nation NE by Nation NE
February 4, 2026
in Top News, অসম
0 0
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Share on FacebookShare on TwitterWhatsApp

বুধিপৰাত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱতি নিশা দুৰ্ঘটনাগ্ৰস্ত হয় ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাছ। ট্ৰাকৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ বাছখন। থিতাতে প্ৰাণ হেৰুৱায় দৰাৰ ককায়েক আৰু মোমায়েকে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা অৱস্থাত পিছফালৰ পৰা আহি এখন মালবাহী ট্ৰাকে আহি খুন্দা মাৰে বৰযাত্ৰীৰ বাহনখনত। মালবাহী ট্ৰাকৰ প্ৰচণ্ড খুন্দাত ছিটিকি পৰে বিবাহযাত্ৰী কঢ়িওৱা বাহনখন। প্ৰচণ্ড শব্দত কঁপি উঠে গোৱালপাৰা।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দৰাৰ ককায়েক ৰবি দাস আৰু মোমায়েক নৰেশ দাস। ইয়াৰ লগতে আহত হয় ১০ জনতকৈও অধিক লোক। আহতসকলক উদ্ধাৰ কৰি আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা নিধনুৰাম ৰাজবংশী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উক্ত ঘটনাৰ পিছতেই অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। শোকত ভাগি পৰে ভুক্তভোগী পৰিয়াল। এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰশাসনক আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Tags: #AccidentBusGoalpara

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025