• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 5, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬৭৯- জাৰ্মান শাসক প্ৰথম লিওপোল্ডে ফ্ৰান্সৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে।
১৭৮৩- আজিৰ দিনটোতে ইটালীৰ কেলাব্ৰিয়াত এক বৃহৎ ভূমিকম্পৰ ফলত ৩০ হাজাৰ লোকৰ মৃত্যু হয়।
১৯০০- আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত পানামা খাল চুক্তি স্বাক্ষৰিত হয়।
১৯০৪- কিউবা আমেৰিকাৰ দখলৰ পৰা মুক্ত হয়।
১৯২৪- ৰয়েল গ্ৰীণউইচৰ পৰা প্ৰথমবাৰৰ বাবে ৰেডিঅ’ টাইম ইনডিকেটৰ জিএমটি সম্প্ৰচাৰ কৰা হয়।
১৯৬১- ব্ৰিটিছ কাকত “ছাণ্ডে টেলিগ্ৰাফ”ৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়।
১৯৯৪- চাৰাজেভোৰ বজাৰ হত্যাকাণ্ড সংঘটিত হয়। চাৰাজেভোৰ মূল বজাৰত মৰ্টাৰ বোমা বিস্ফোৰণত ৬৮ জন লোক নিহত হোৱাৰ লগতে ২০০ জন আহত হয়।

২০০৯-মায়াৱতীয়ে ৰাজ্যখনৰ পাঁচখন মহানগৰ লক্ষ্ণৌ, ফৈজাবাদ, অযোধ্যা, কানপুৰ, বিথূৰ, এলাহাবাদ, আৰু মীৰুটৰ উন্নয়নৰ বাবে ৫,০৫৬ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰেম জনমজয়ক ব্যাব্যশ্ৰী বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হয়।

২০১০- ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাই নেদাৰলেণ্ড আন্তঃৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ৬০০ পইণ্টৰ ভিতৰত ৫৯৬ পইণ্ট লাভ কৰি সোণৰ পদক লাভ কৰে।

২০২০- ইউক্ৰেইনৰ কেলেংকাৰীত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ গোচৰ খাৰিজ কৰিলে আমেৰিকাৰ চেনেটে। ট্ৰাম্পক অভিযোগনামা দাখিল কৰিছিল সদনৰ নিম্ন সদনে আমেৰিকাৰ প্ৰতিনিধি সদনে।

Tags: History newsnews updateWorld news

Related Posts

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Top News

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য
Top News

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026

শীৰ্ষ সংবাদ

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025