• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 10, 2026
21 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা।এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HSLC পৰীক্ষা। বেচৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব সকলো পৰীক্ষা।লগতে পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত নাথাকিব ব্যক্তিগত বিদ্যালয়ৰ কোনো শিক্ষক। মেট্ৰিক, HS পৰীক্ষাত তন্ন-তন্নকৈ চলোৱা হ’ব পৰীক্ষা।প্ৰতিগৰাকী শিক্ষাৰ্থীক তালাচী চলোৱা হ’ব। পৰীক্ষাহললৈ নিৰীক্ষকে নিব নোৱাৰিব মোৱাইল ফোন কটকটীয়া নিৰাপত্তা আৰু CCTVৰ নিৰীক্ষণত প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। ৯ বজাৰ লগে লগেই আৰম্ভ হ’ব মেট্ৰিক।
  • আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। SRৰ পাছত আজি নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব এই তালিকা। চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম, ঠিকনা আৰু তথ্যসমূহ।ভোটাৰ লিষ্টত নাম নাথাকিলে ততালিকে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে যিকোনো সমস্যাৰ বাবে ফোন কৰিব পাৰিব ১৯৫০ নম্বৰত। অথবা voters.eci.gov.in বা ceoassam.nic.in যোগেও ভোটাৰ  তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। চূড়ান্ত ভোটাৰ তালিকাৰ ভিত্তিতেই অনুষ্ঠিত হ’ব আগন্তুক বিধানসভা নিৰ্বাচন
  • নাৰায়ণপুৰৰ পদপথত উঠিছে টকাৰ উজান। এটকা, দুটকাৰ পৰা আৰম্ভ কৰি উদ্ধাৰ ৫০০ টকীয়া নোট। এই ঘটনা নাৰায়ণপুৰৰ ঠাকুৰবাৰী মন্দিৰৰ সন্মুখৰ। ঠাইখিনিত বাস কৰি আহিছিল মানসিক বিকাৰগ্ৰস্ত মাতৃ-পুত্ৰই। মাতৃ-পুত্ৰৰ পৰা ৫৫ হাজাৰৰো অধিক টকা উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে মাতৃ-পুত্ৰক তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সুস্থ হৈ অহাৰ পিছত পুনৰ মাতৃ-পুত্ৰক চমজাই দিয়া হ’ব ধন
  • আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। জানুৱাৰী মাহৰ শেষৰ ফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, বৃহৎ আৰু শক্তিশালী যুদ্ধজাহাজ ইৰাণৰ দিশে আগবাঢ়িছে আৰু আমেৰিকাই সেইবোৰ ব্যৱহাৰ নকৰাৰ আশা কৰিছে। তেতিয়াৰ পৰাই আমেৰিকাই মধ্যপ্ৰাচ্যত সামৰিক উপস্থিতি বহু পৰিমাণে বৃদ্ধি কৰিছে। ইৰাণে আমেৰিকাৰ এই সামৰিক নিয়োগৰ প্ৰতি সঁহাৰি জনাই কয় যে ইৰাণে বলৰ ভাষা বুজি নাপায়। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে উল্লেখ কৰে যে আমেৰিকাই এই অঞ্চলত নিজৰ জাহাজ আৰু বিমান নিয়োগ কৰিছে যদিও ইয়াৰ ফলত ইৰাণক ভয় খুৱাব নোৱাৰিব।
Tags: Latest newsmorning newsnews update

Related Posts

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 10, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026

শীৰ্ষ সংবাদ

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025