• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

Nation NE by Nation NE
February 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?
Share on FacebookShare on TwitterWhatsApp

সমগ্ৰ বিশ্বতে বৰ্তমান আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে এপষ্টেইন ফাইলছ। এই ফাইলৰ সৈতে জড়িত নথি-পত্ৰসমূহ প্ৰকাশ পোৱাৰ লগে লগে ৰাজনৈতিক, সংবাদ মাধ্যম, আৰু ছ’চিয়েল মিডিয়া ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। এই এপষ্টেইন ফাইল নো কি,  ইয়াত এনেকুৱা কি বিষয় আছে যিয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ডাঙৰ ডাঙৰ নামবোৰ সঁচাকৈয়ে বিপদত পৰিছে জানো আহক-

জেফ্ৰি এপষ্টেইন আছিল নাবালিকাক শাৰিৰীকভাৱে শোষণ কৰা আৰু সৰবৰাহকে ধৰি বহু গুৰুতৰ অভিযোগত অভিযুক্ত এজন ধনী আমেৰিকান ব্যক্তি। ২০১৯ চনত গ্ৰেপ্তাৰ হৈছিল যদিও বিচাৰৰ পূৰ্বে নিউয়ৰ্কৰ এখন কাৰাগাৰত সন্দেহজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয়। তেতিয়াৰ পৰাই গোচৰটো ষড়যন্ত্ৰমূলক তত্ত্ব আৰু প্ৰশ্নৰ আৱৰণেৰে আবৃত হৈ পৰিছে।

এপষ্টেইন ফাইলবোৰ কি?

এপষ্টেইন ফাইলছ হৈছে এপষ্টেইনৰ তদন্তৰ সময়ত আমেৰিকাৰ ন্যায় বিভাগ, এফ বি আই আৰু আদালতে সংগ্ৰহ কৰা নথি-পত্ৰৰ সংকলন। এই নথিপত্ৰসমূহৰ ভিতৰত আছে সাক্ষীৰ বক্তব্য, ইমেইল, ভ্ৰমণৰ ৰেকৰ্ড, যোগাযোগৰ তালিকা, আদালতৰ ফাইলিং, আৰু তদন্তৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ নথিপত্ৰ। শেহতীয়াকৈ এই ফাইলসমূহৰ এটা অংশ আদালতৰ নিৰ্দেশত ৰাজহুৱা কৰা হৈছে।

ফাইলবোৰত কি প্ৰকাশ পাইছিল?

শেহতীয়াকৈ এপষ্টিনৰ ক’লা অধ্যায়ৰ ফাইলছ পোহৰলৈ অহাৰ পিচতে পুনৰ চৰ্চালৈ আহিছে এইজন অপৰাধীৰ ব্যভিচাৰী কাণ্ডৰ কাহিনী। প্রাপ্ত বাতৰিমতে কিশোৰীক যৌন নির্যাতন চলোৱা এপষ্টিনে ফ্রান্সৰ পেৰিছত এটা ৰেড কম স্থাপন কৰিছিল। পাপীৰ কোঠা হিচাপেও পৰিচিত এই ৰেড কমটোত বিশ্বৰ নামী-দামী ব্যক্তিসকলৰ সম্মুখত আপত্তিজনক অৱস্থাত মহিলাই নৃত্য কৰিছিল। জানিব পৰা মতে, এপষ্টেইনে বহু কম বয়সীয়া যুৱতীক নিজৰ ফ্লেটটোলৈ নিছিল আৰু একাংশ লোকৰ সন্মুখত তেওঁলোকক অশ্লীল নৃত্য কৰিবলৈ বাধ্য কৰিছিল।

এই নথিসমূহত এপষ্টেইনৰ যোগাযোগৰ বিশদ বিৱৰণ দিয়া হৈছে, য’ত অসংখ্য প্ৰভাৱশালী ব্যক্তি, ব্যৱসায়ী, ৰাজনীতিবিদ আৰু চেলিব্ৰিটি অন্তৰ্ভুক্ত বুলি কোৱা হৈছে। কিন্তু বিশেষজ্ঞসকলে স্পষ্টভাৱে কয় যে, ফাইলসমূহত এটা নাম থাকিলেই দোষী সাব্যস্ত নহয়। বহু নাম কেৱল যোগাযোগ বা ভ্ৰমণৰ উল্লেখ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এপষ্টেইন ফাইলৰ বহু তথ্য অসম্পূৰ্ণ বা সুৰক্ষাজনিত কাৰণত সম্পাদনা কৰা হৈছে। ভুক্তভোগীৰ পৰিচয় আৰু গোপনীয়তা ৰক্ষাৰ বাবে এই কাম কৰা হৈছিল। গতিকে এই নথি-পত্ৰৰ ভিত্তিত কাৰোবাৰ ওপৰত প্ৰত্যক্ষভাৱে অভিযোগ উত্থাপন কৰাটো শুদ্ধ নহয় বুলি গণ্য কৰা হয়।এপষ্টেইন ফাইলৰ সন্দৰ্ভত বহু দাবী, লিক হোৱা তালিকা, আৰু চাঞ্চল্যকৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু তথ্য পৰীক্ষা কৰিলে বহু দাবী বিভ্ৰান্তিকৰ বা অসম্পূৰ্ণ বুলি ধৰা পৰে। আমেৰিকাৰ সংস্থাসমূহেও উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।

যৌন অপৰাধী জেফ্রি এপষ্টেইনৰ ফাইল ৰাজহুৱা হোৱাৰ পিচতে বিশ্বৰ ১০ খন দেশত পদত্যাগৰ জোৱাৰ উঠা দেখা গৈছে। মার্কিন ন্যায় বিভাগে এপষ্টেইন ফাইলছৰ ৩০ লাখ পৃষ্ঠা ফাদিল কৰাৰ পিচতে হৈ-চৈৰ সৃষ্টি হৈছে। ১০ খন দেশত কমেও ১৫ জন শীর্ষ নেতাই এতিয়ালৈকে পদত্যাগ কৰিছে। তদুপৰি ৰাজনীতিক, ধনকুযেৰ আৰু বাজপয্যিয়ালৰ সদস্যাসহ ৮০ গৰাকী লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে।

ইয়াৰ দ্বাৰা এই প্ৰশ্ন উত্থাপন হৈছে যে ক্ষমতাশালী লোকসকলক আইনৰ পৰা সুৰক্ষিত কৰা হৈছিল নেকি, তদন্ত সম্পূৰ্ণ স্বচ্ছতাৰে নকৰাৰ লগতে ভুক্তভোগীয়ে সম্পূৰ্ণ ন্যায় লাভ নকৰিলে নেকি। এই কাৰণেই এপষ্টেইন ফাইলছ বিষয়টো বিশ্বজুৰি আলোচনাৰ বিষয় হৈ পৰিছে।

Tags: AmericaBritainepstein file

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025