• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

Nation NE by Nation NE
February 11, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Share on FacebookShare on TwitterWhatsApp

থাইলেণ্ডৰ দক্ষিণ প্ৰদেশ ছংখলাৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হয়। স্থানীয় কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰে। এক প্ৰতিবেদন অনুসৰি, ছংখলা প্ৰদেশৰ এখন বিদ্যালয়ত অজ্ঞাত সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক পণবন্দী কৰি ৰখা হয়। হাট য়াই জিলাৰ পাটং মহকুমাৰ পাটং প্ৰথান খিৰিৱিট স্কুলত সংঘটিত হয় এই ঘটনা।

স্থানীয় থাই সংবাদ মাধ্যমৰ মতে, বন্দুকধাৰীয়ে বিদ্যালয়খনত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ ফলত এজন শিক্ষক আহত হয় আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিছুমান খবৰত শিশুসহ কেইবাজনো লোক আহত হোৱাৰ কথা উল্লেখ কৰিছে যদিও আহতসকলৰ সঠিক সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমানেও বিদ্যালয়ৰ ভিতৰত আৱদ্ধ হৈ আছে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক। থুং লুং আৰক্ষী থানাই ঘেৰাও কৰিছে বিদ্যালয়খন। বিশেষ অভিযান ইউনিট আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

১৮ বছৰীয়া খেম নামৰ সন্দেহজনক লোকজনে বিদ্যালয়খনৰ প্ৰথম মহলাৰ জনসংযোগ কক্ষত এগৰাকী মহিলা কৰ্মচাৰীক পণবন্দী কৰি ৰাখিছিল। একাংশ খবৰ অনুসৰি ৫ নং মথায়োম (১১ম শ্ৰেণী)ৰ এজন ছাত্ৰকো পণবন্দী কৰি লোৱা হৈছে। আৰক্ষীয়ে বিদ্যালয়খনৰ আশে-পাশে থকা অঞ্চলটো ছীল কৰি আলোচনাৰ চেষ্টা চলাইছে।

স্থানীয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে এই পৰিস্থিতি নিৰীক্ষণ কৰি আছে। এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও আহতসকলৰ সংখ্যা বৃদ্ধি পাব পাৰে। উদ্ধাৰ অভিযান চলি আছে, আৰু অনাগত ঘণ্টাত আৰু অধিক আপডেট হোৱাৰ সম্ভাৱনা আছে। থাইলেণ্ড চৰকাৰ আৰু আৰক্ষীয়ে জনসাধাৰণক শান্ত হৈ থাকিবলৈ আৰু উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।

Tags: FiringThailand

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025