• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীৰ দিনটোত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী হ’ল- পুৱা ৭ বজাত দিল্লীৰ পৰা পোনে পোনে ৰাওনা হ’ব চাবুৱালৈ। পুৱা ৯.৫০ মিনিটত ডিব্ৰুগড়ৰ চাবুৱা এয়াৰ ফিল্ডত উপস্থিত হ’ব প্রধানমন্ত্রী।চাবুৱাৰ পৰা মৰাণৰ ELF ত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। মৰাণৰ এয়াৰ শ্ব’ত অংশ ল’ব মোদীয়ে।দিনৰ ১ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ মুকলি কৰিব।লগতে মুকলি কৰিব IIM গুৱাহাটী, বঙৰাস্থিত অস্থায়ী কেম্পাছ। গুৱাহাটীৰ বাবে অতিৰিক্ত ১০০ খন ইলেক্ট্ৰিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ২ বজাত প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনীত।
  • তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব পূৰ্ণাংগ নিৰ্বাচন আয়োগ। বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বৈঠকত বহিব নিৰ্বাচন আয়োগ। মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা বুজ ল’ব বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ। ১৭ ফেব্ৰুৱাৰীত ৰাজ্যৰ ৰাজনৈতিক দলৰে বৈঠকত বহিব নিৰ্বাচন আয়োগ। ১৮ ফেব্ৰুৱাৰীত আলোচনাত মিলিত হ’ব ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰে। আৰক্ষী সঞ্চালকপ্ৰধানেৰেও আলোচনাত মিলিত হ’ব নিৰ্বাচন আয়োগৰ দলটো।
  • আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে আজি কৰা হ’ব চার্জফ্ৰেম। মেনেজাৰ সিদ্ধাৰ্থৰ মহাবীৰ একুৱা,  গুৱাহাটীস্থিত ফ্লেট জব্দৰ আবেদনৰো শুনানি হ’ব আদালতত। অমৃতপ্ৰভা আৰু ২ দেহৰক্ষীৰ জামিন আৱেদন নাকচ কৰিছিল আদালতে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আৱেদন।
  • ঘোষণা কৰা হ’ল ৰোজাৰ তাৰিখ।ওমানত ঘোষণ কৰা হ’ল ৰোজাৰ তাৰিখ। ওমান চুলতানাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ১৮ ফেব্ৰুৱাৰীত শ্বাবান মাহ শেষ হ’ব আৰু ৰমজানৰ প্ৰথম দিনটো ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। ওমানত ১৯ ফেব্ৰুৱাৰীত ৰমজান মাহৰ প্ৰথমটো ৰোজা ৰখা হ’ব। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাৰতত ৰমজানৰ প্ৰথম দিনটো ২০ ফেব্ৰুৱাৰীৰ পৰা হ’ব। ভাৰতৰ মুছলমান সমাজে ২০ ফেব্ৰুৱাৰীত প্ৰথমটো ৰোজা পালন কৰিব। ৰোজাৰ বাবে ৫ ঘণ্টাহে কাম কৰিব লাগিব কৰ্মচাৰীসকলে।
  • বাংলাদেশত ১২ ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। আৱামী লীগৰ অনুপস্থিতিত বিএনপিক বাংলাদেশৰ সৰ্ববৃহৎ দল হিচাপে দেখা যায়। বাংলাদেশৰ নিৰ্বাচনৰ ভোটগণনা বৰ্তমানেও অব্যাহত আছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। ২০ বছৰৰ পিছত বাংলাদেশত BNPৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।২৯৯ টা সমষ্টিৰ ভিতৰত ২১১টা জয় লাভ কৰিলে BNPৰ প্ৰাৰ্থীয়ে। ৭০ খন আসনত জামাত এ ইছলামীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। নিৰ্বাচনৰ বাবে বাংলাদেশত মোতায়েন কৰা হৈছে ১০ লাখ সুৰক্ষাকৰ্মী।
Tags: Latest newsmorning newsnews update

Related Posts

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

February 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026
ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?
Top News

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026

শীৰ্ষ সংবাদ

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025