• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
25 °c
Guwahati
26 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 14, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫৫৬- আজিৰ দিনটোতে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ কালানৌৰত আকবৰৰ মুকুট পিন্ধোৱা হয়।
১৬২৮- শ্বাহজাহানে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে।
১৬৫৮- আজিৰ দিনটোতে দিল্লীত ক্ষমতাৰ বাবে মোগল বংশৰ ভিতৰৰ আভ্যন্তৰীণ সংগ্ৰামত বাৰাণসীৰ সমীপৱৰ্তী বাহাদুৰপুৰৰ যুদ্ধত দাৰাই শুজাক পৰাস্ত কৰে।
১৬৭০- ৰোমান কেথলিক সম্ৰাট প্ৰথম লিওপোল্ডে ভিয়েনাৰ পৰা ইহুদীসকলক বহিষ্কাৰ কৰে।
১৭৪৩- হেনৰী পেলহাম ব্ৰিটেইনৰ বিত্ত বিভাগৰ প্ৰথম মুৰব্বী হয়।
১৮৮১- আজিৰ দিনটোতে কলকাতাত ভাৰতৰ প্ৰথমখন হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হয়।
১৮৯৯- আমেৰিকাৰ কংগ্ৰেছে ফেডাৰেল নিৰ্বাচনত ভোটিং মেচিন ব্যৱহাৰৰ অনুমোদন জনায়।
১৯১২- ইংলেণ্ডত প্ৰথম ডিজেল চালিত চাবমেৰিন উৎক্ষেপণ কৰা হয়।
১৯২০- চিকাগোত লীগ অৱ উইমেন ভোটাৰছ প্ৰতিষ্ঠা হয়।
১৯৩১- মহান বিপ্লৱী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক লাহোৰৰ কাৰাগাৰত ফাঁচী দিয়া হয়।
১৯৪৫- পেৰু, পেৰাগুৱে, চিলি, ইকুৱেডৰ ৰাষ্ট্ৰসংঘৰ সদস্য হয়।
১৯৫৮- শ্বাহ ফৈছাল ইৰাক আৰু জৰ্ডানৰ দ্বাৰা গঠিত ফেডাৰেচনৰ মুৰব্বী হয়।
১৯৭২- আমেৰিকাই চীনৰ সৈতে বাণিজ্যিক নিষেধাজ্ঞা শিথিল কৰাৰ কথা ঘোষণা কৰে।
১৯৭৮- আমেৰিকাই ইজিপ্ত, চৌদি আৰব, ইজৰাইলক কোটি কোটি টকাৰ অস্ত্ৰ বিক্ৰী কৰাৰ কথা ঘোষণা কৰে।
১৯৮৮- চাইপ্ৰাছত সংঘটিত বোমা বিস্ফোৰণত পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনৰ তিনিজন উচ্চপদস্থ বিষয়া নিহত হয়।
১৯৮৯- মুক্তিপণ দিয়াৰ এমাহৰ পিছত বেলজিয়ামৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পলক ৱেডেনক মুকলি কৰি দিয়া হয়।
১৯৮৯- ভোপাল গেছ ট্ৰেজেডী আবেদনৰ শুনানি বন্ধ কৰি দিলে উচ্চতম ন্যায়ালয়ে।
১৯৯০- ইণ্ডিয়ান এয়াৰলাইন্সৰ ৬০৫ নং বিমানত থকা ৯২ জন লোকৰ বিমান দুৰ্ঘটনাত বাংগালুৰুত মৃত্যু হয়।
১৯৯৯- ইম্ফলত পঞ্চম ৰাষ্ট্ৰীয় খেল আৰম্ভ হয়।
২০০০- আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক মাইকেল কেমডেছাছে ১৩ বছৰীয়া কাৰ্যকালৰ অন্তত অৱসৰ গ্ৰহণ কৰে।
২০০২- ওমৰ শ্বেখে কয় যে পাৰ্ল জীয়াই নাই, কিন্তু অনুসন্ধান অব্যাহত আছে।
২০০৪- জাৰ্মান পৰিচালকৰ “হেড অন” ছবিয়ে গোল্ডেন বিয়াৰ বঁটা লাভ কৰে।
২০০৬- ন্যায়াধীশৰ প্ৰতিবাদত ছাদ্দাম হুছেইনে অনশন কৰে।
২০০৯- ছানিয়া মিৰ্জাই পাটায়া অ’পেন টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে।
Tags: global newsHistory EventsWorld news

Related Posts

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ
Top News

April 11, 2026
নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি
Top News

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

April 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025