• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত ৫০ ৰো অধিক লোক সন্ধানহীন

Nation NE by Nation NE
August 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত ৫০ ৰো অধিক লোক সন্ধানহীন
Share on FacebookShare on TwitterWhatsApp

এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ পাছতেই হিমাচল প্ৰদেশত বৰ্তমান অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিবেদন অনুসৰি, ডাৱৰ বিস্ফোৰণৰ পাছতেই হিমাচল প্ৰদেশৰ কুল্লু, মাণ্ডি আৰু চিমলাত কৃত্ৰিম বানে এক বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।

প্ৰশাসনে জনোৱা অনুসৰি, বৰ্তমানলৈ ৬ গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।

জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিশেষ সচিব ডিচি ৰাণাই এই সন্দৰ্ভত কয় যে, এই ডাৱৰ বিস্ফোৰণৰ বাবে চিমলাৰ চামেজ অঞ্চল, ৰামপুৰ অঞ্চল, কুল্লুৰ বাঘিপুল আৰু মাণ্ডিৰ পাদ্দাৰত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংস হৈছে । বৰ্তমানলৈ ৬০ টাতকৈও অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে লগতে কেইবাখনো গাঁও গুৰুত্বৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানেও এনডিআৰএফ আৰু এছডিআৰএফৰ দলে আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে নিজৰ অভিযান অব্যাহত ৰাখিছে ।

৩১ জুলাইৰ মাজনিশা এই ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিল৷ উল্লেখ্য যে, এই বিস্ফোৰণৰ পাছতেই ৰামপুৰ আৰু চামেজ অঞ্চলক সংযোগ কৰা এটা পথৰ বিস্তৰ ক্ষতি হয়। প্ৰশাসনৰ মতে, বৰ্তমান সেই পথৰ পুনৰুদ্ধাৰৰ কাম চলি আছে।

হিমাচল প্ৰদেশ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ এক প্ৰতিবেদন অনুসৰি, মাণ্ডিত ৫ গৰাকী লোক নিহত হোৱাৰ লগতে বহুতো লোক আহত হৈছে। কুল্লু অঞ্চলত ৯ গৰাকী  লোক সন্ধানহীন হৈ আছে লগতে ১জন লোক নিহত হৈছে। চিমলাত এতিয়ালৈ সৰ্বাধিক ৩৩ গৰাকী লোক সন্ধানহীন হৈ আছে। মাণ্ডিৰ ৬ গৰাকী লোক সন্ধানহীন হৈ আছে ।

সৰ্বমুঠ ৫৫ গৰাকী লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে লগতে বহুতো লোক বিভিন্ন স্থানত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । প্ৰতিবেদন অনুসৰি, ৬১ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ৪২ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

Tags: CloudburstHimachal PradeshNational Disaster

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025