• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬১৮- ভেনিচ সন্ধিৰ ফলত ভেনিচ আৰু অষ্ট্ৰিয়াৰ যুদ্ধৰ অন্ত পৰে।

১৬৩০- আজিৰ দিনটোতে শিৱাজী মহাৰাজৰ জন্ম হয় জুন্নাৰত।

১৬৭৪- ব্ৰিটিছ বাহিনীয়ে ডাচ যুদ্ধৰ পৰা আঁতৰি যায়।

১৭১৯- মোগল শাসক ফাৰৰুখ ছিয়াৰক হত্যা কৰা হয়।

১৮০৭- তুৰস্কৰ সৈতে ৰাছিয়াৰ যুদ্ধত সহায় কৰিবলৈ ব্ৰিটিছ সৈন্য আহি পৰে।

১৮৯১- অমৃত বজাৰ পত্ৰিকা দৈনিক হিচাপে প্ৰকাশ পায়।

১৯৪২- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ যুদ্ধ বিমানে উত্তৰ অষ্ট্ৰেলিয়াৰ ডাৰউইন চহৰত আক্ৰমণ চলাই ২৪৩ জন লোকৰ মৃত্যু হয়।

১৯৫৯- গ্ৰীচ, তুৰস্ক আৰু ব্ৰিটেইনৰ মাজত চাইপ্ৰাছৰ স্বাধীনতা সম্পৰ্কে চুক্তি হয়।

১৯৬৩- ছোভিয়েট ইউনিয়নে কিউবাৰ পৰা যথেষ্ট সংখ্যক সৈন্য প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয়।

১৯৮৬- দেশত প্ৰথম কম্পিউটাৰাইজড ৰে’লৱে ৰিজাৰ্ভেচন টিকটৰ প্ৰচলন হয়।

১৯৮৯ – লেবাননৰ গৃহযুদ্ধৰ অন্ত পেলাবলৈ আৰব লীগৰ সৈতে আলোচনা কৰিবলৈ মুছলমান আৰু খ্ৰীষ্টান নেতাসকলে কুৱেইটলৈ যাত্ৰা কৰে।

১৯৯১-  প্ৰতিবাদকাৰীয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি ইওয়ান ইলুফুৰ পদত্যাগৰ দাবী জনায়।

১৯৯৯- ডেনিছ বিজ্ঞানী ড° লেন ৱেষ্টাৰগাৰ্ডে ৱাশ্বিংটনত পোহৰৰ গতি মন্থৰ কৰাত সফল হয়।

২০০৩- ইণ্ডোনেছিয়াৰ সংসদে ২০০৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত প্ৰতিটো দলে নিজৰ টিকটৰ ৩০ শতাংশ মহিলা প্ৰাৰ্থীক আবণ্টন দিবলৈ নিৰ্দেশ দিয়ে।

২০০৪- ৫০ খনতকৈও অধিক দেশে কীটনাশক আৰু উদ্যোগিক ৰাসায়নিক পদাৰ্থ নিষিদ্ধ কৰি ষ্টকহোম সন্ধি অনুমোদন কৰে।

২০০৭- ভাৰত আৰু বাংলাদেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ চুক্তিত উপনীত হয়।

২০০৮- সংস্কৃত কবি স্বামী শ্ৰীৰামভদ্ৰাচাৰ্যক তেওঁৰ মহাকাব্য শ্ৰী ভৰৱৰাধ্বিয়মৰ বাবে বাচস্পতি সন্মানেৰে সন্মানিত কৰা হয়।

২০০৯ চনত কেন্দ্ৰীয় চৰকাৰে ৪৭ খন অভিজাত শিক্ষানুষ্ঠানক সংৰক্ষণৰ পৰা বাদ দিয়া বিধেয়ক বাতিল কৰাৰ সিদ্ধান্ত লয়।

Tags: global newsHistory EventsHistory news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025