• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
25 °c
Guwahati
26 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 20, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৫৪৭- ৱেষ্টমিনিষ্টাৰ এৱেত ষষ্ঠ এডৱাৰ্ডক ইংলেণ্ডৰ শাসক হিচাপে ৰাজ্যাভিষেক কৰা হৈছিল।

১৮৩৩- মিছৰৰ সৈতে হোৱা যুদ্ধত তুৰ্কীক সহায় কৰিবলৈ বছফৰাছ জলদ্বীপত ৰাছিয়াৰ জাহাজ উপস্থিত হয়।

১৮৪৬- ইংৰাজে লাহোৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে।

১৮৬৮- বঙালী ভাষাত ‘অমৃত বাজাৰ পত্ৰিকা’ই সাপ্তাহিক ৰূপত প্ৰকাশিত হয়।

১৮৭৩- ছান ফ্ৰান্সিস্কোত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ে নিজৰ প্ৰথম মেডিকেল কলেজ আৰম্ভ কৰে।

১৯৩৫- কেৰোলাইন মিকেল্সনে এণ্টাৰ্কটিকাত প্ৰৱেশ কৰা প্ৰথম মহিলাৰূপে পৰিগণিত হয়।

১৯৪৭- ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লেমেট এটলীয়ে ভাৰতক স্বাধীনতা দিয়াৰ কথা ঘোষণা কৰে।

১৯৬৫- নাছাই প্ৰক্ষেপ কৰা ৰেঞ্জাৰ ৮ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি চন্দ্ৰৰ ফটোৰ লগতে গুৰুত্বপূৰ্ণ তথ্যও আগবঢ়ায়।

১৯৭৬- মুম্বাইত খাৰুৱা তেল ব্যৱসায়িক স্তৰত উৎপাদন হয়।

১৯৮২- কনহাৰ নদীৰ পানীৰ ওপৰত উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশত বুজা-বুজি হয়।

১৯৮৭- হিমাচল প্ৰদেশ ভাৰতীয় সংঘৰ ২৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।

১৯৯৯- ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পাকিস্তানৰ ঐতিহাসিক বাছ যাত্ৰাত অংশগ্ৰহণ কৰে।

১৯৯৯- দূৰদৰ্শনত খেল চেনেল আৰম্ভ হয়।

২০০০- ভাৰতীয় মূলৰ ব্ৰিটিছ লেখক ছলমান ৰুশদীয়ে বিৰিটেইন এৰি নিউয়ৰ্কত থাকিবলৈ নিশ্চিত কৰে।

২০০৩- ইৰানৰ বিমান দুৰ্ঘটনাত ৩০২ লোকৰ মৃত্যু হয়।

Tags: global newsHistory Eventsnews update

Related Posts

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ
Top News

April 11, 2026
নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি
Top News

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

April 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025