• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 7, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

সমাগত অসম বিধান সাধাৰণ নিৰ্বাচন। অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে বাজিছেনিৰ্বাচনী ৰণডংকা।ৰাজ্যিক-আঞ্চলিক প্ৰত্যেকটো দলেই নিজৰ নিজৰ দলৰ প্ৰচাৰ অভিযানত নামি গৈছে। ৰাজ্যিক বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজি ষষ্ঠ দিন। ৰাইজৰ আশীৰ্বাদ বিচাৰি যাত্ৰা আৰম্ভ কৰিছে বিজেপিয়ে। সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁৱত আজিৰ আশীৰ্বাদ কাৰ্যসূচী। সৰুপথাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব ‘জন আশীৰ্বাদ যাত্ৰা’।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে সাধাৰণ জনতাৰ মূৰত মাধমাৰ। ইৰাণ-আমেৰিকা-ইজৰাইল যুদ্ধৰ প্ৰভাৱ পৰিল ৰন্ধন গেছৰ মূল্যত। ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি পায়। আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১৫ টকাকৈ বৃদ্ধি হয়। গুৱাহাটীত ৰন্ধন গেছৰ মূল্য হয় ৯০২ টকা আৰু বাণিজ্যিক বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৯৩৬ টকাকৈ বৃদ্ধি হয়।

ভাৰতত প্ৰথমবাৰৰ বাবে নাবালকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কৰ্ণাটক বিধানসভাত বাজেট দাখিল কৰি মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় যে, ৰাজ্য চৰকাৰে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰৰ মতে, শিশুসকলৰ মাজত মোবাইল আৰু ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্য, শিক্ষণ ক্ষমতা আৰু একাগ্ৰতাত প্ৰভাৱ পৰিছে।

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা যুদ্ধই এতিয়া সামুদ্ৰিক বাণিজ্যিক যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে। ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ব্যস্ত বন্দৰ বান্দৰ আব্বাছ এতিয়া প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। হৰমুজ জলদ্বীপ ভাবুকিৰ সন্মুখীন হৈছে, জাহাজৰ বীমাৰ কভাৰেজ বাতিল কৰা হৈছে, মালবাহীৰ হাৰ দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ বাছমতী ধান ৰপ্তানিত ডাঙৰ আঘাত পৰিছে, য’ত ইৰাণ দ্বিতীয় বৃহত্তম বজাৰ আৰু য’ত আফগানিস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তানৰ দৰে ভূমি আৱদ্ধ দেশসমূহলৈ যোগান বান্দাৰ আব্বাছ বন্দৰৰ জৰিয়তে চম্ভালিব পৰা যায়।

Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025