• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 8, 2026
in Top News, ক্ৰীড়া
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেচ। নিউজিলেণ্ডৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত নামিব ভাৰত। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলপথাৰত নামিব টীম ইণ্ডিয়া। এই খেল অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব এই ভাৰত-নিউজিলেণ্ডৰ মাজৰ এই ফাইনেল খেল।

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। প্ৰতিগৰাকী নাৰীৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বক সন্মান জনাই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই দিৱসত লিংগ সমতা, প্ৰজননৰ অধিকাৰ, নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন, নাৰীৰ সম অধিকাৰ ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয়। ২০২৬চনৰ নাৰীদিৱসৰ বিষয়বস্তু হৈছে- ‘Rights, Justice and Action For All Women And Girls’.

আজিৰ দিনটোত মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুমত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উন্মোচন কৰিব বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তি। ইয়াৰ পাছতে ‘জন আৰ্শীবাদ যাত্ৰা’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

মধ্যপ্ৰাচ্যত যুদ্ধ অব্যাহত থকাৰ মাজতে ইৰাণে ৩০ কোটি ডলাৰৰ আমেৰিকাৰ ৰাডাৰ ব্যৱস্থা ধ্বংস কৰা বুলি দাবী কৰিছে। এই ৰাডাৰটো হৈছে আমেৰিকাৰ THAAD (Terminal High Altitude Area Defense) মিছাইল ব্যৱস্থাৰ এটা মূল উপাদান AN/TPY-2। এই ৰাডাৰ ব্যৱস্থা ধ্বংস হোৱাৰ ফলত উপসাগৰীয় দেশসমূহৰ বাবে ভৱিষ্যতে ভাবুকিৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে।

Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025