• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
March 26, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯৭৪- গড়োৱাল হিমালয়ৰ হেনোৱাল উপত্যকাৰ লতা গাঁৱত গৌৰা দেৱীৰ নেতৃত্বত ২৭ জনীয়া মহিলাৰ এটা দলে গছক বচাবলৈ গছৰ চাৰিওফালে চক্ৰ গঠন কৰি ভাৰতত চিপকো আন্দোলন আৰম্ভ কৰে।
১৯৯৫- ১৫খন সদস্যৰ ইউৰোপীয় সংঘৰ সাতখন দেশৰ মাজত আভ্যন্তৰীণ সীমা নিয়ন্ত্ৰণ বিলুপ্ত কৰা হয়।
১৯৯৮- চীনে আমেৰিকাৰ ইৰিডিয়াম নেটৱৰ্কৰ দুটা উপগ্ৰহ পৃথিৱীৰ কক্ষপথত সফলতাৰে স্থাপন কৰে।
১৯৯৯- দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাই দেশৰ প্ৰথমখন গণতান্ত্ৰিক সংসদ ভংগ কৰাৰ কথা ঘোষণা কৰে।
২০০১- কেনিয়াৰ এখন হোষ্টেলত অগ্নিকাণ্ড সংঘটিত হয় আৰু ৫৮ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।
২০০৩- পাকিস্তানে ২০০ কিলোমিটাৰ দূৰত্বৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আবদালি পৰীক্ষা কৰে।
২০০৬- মেলবৰ্ণত ১৮ সংখ্যক কমনৱেলথ গেমছৰ সামৰণি পৰে।
২০০৮ – ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভাপতি জগমোহন দলমিয়াক ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পুঁজিৰ পৰা ২৯ মিলিয়ন টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। টাটা মটৰ্ছে আমেৰিকাৰ কোম্পানী জাগুয়াৰ আৰু লেণ্ড ৰভাৰ অধিগ্ৰহণ কৰে।
২০০৮- ইউছুফ ৰাজা গিলানীয়ে পাকিস্তানৰ ২৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভাৰত আৰু পাকিস্তানে ইজনে সিজনৰ যুদ্ধবন্দীক মুকলি কৰি দিবলৈ বৈদেশিক মন্ত্ৰালয় পৰ্যায়ত আলোচনা আৰম্ভ কৰে।

Tags: global newsHistory EventsWorld news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025