• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 19, 2026
27 °c
Guwahati
27 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 15, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি পহিলা ব’হাগ। সত্ৰ, নামঘৰ, মন্দিৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। অসমীয়া নৱবৰ্ষ তথা ১৪৩৩ ভাস্কৰাব্দৰ প্ৰথম দিন।এই দিনটোত আত্মীয়-স্বজনক বিহুৱান দিয়াৰ লগতে জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে। ডেকা- গাভৰুসকলে বিহু গাই আনন্দ-ফূৰ্তি কৰে। অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি সকলোৱে উলহ-মালহেৰে পালন কৰে হেঁপাহৰ বহাগ বিহু বা ৰঙালী বিহু।
  • আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সম্ৰাট চৌধুৰীয়ে। দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰলৈ বিহাৰত অধিষ্ঠিত হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী। মাদ্ৰাছাত মুছলমান ছাত্ৰৰ সৈতে একেলগে অধ্যয়ন কৰিছিল বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে।
  • জুবিনবিহীন উৰুঙা ব’হাগ। পুৱাই জুবিনক্ষেত্ৰত উপস্থিত শোকাহত গৰিমা শইকীয়া গাৰ্গ। চকুলো টুকি টুকি প্ৰিয় গল্ডীলৈ জনায় ৰঙালীৰ শুভেচ্ছা। লগতে ভগ্নী পামী বৰঠাকুৰে ককায়েকৰ মনত পেলাই উচুপি উঠে। বিহুৰ দিনটোতেই দোষীয়ে যাতে উচিত শাস্তি পায় তাৰেই কামনা কৰিলে পামী বৰঠাকুৰে। তেওঁ কয়, ‘বিহুৰ অনুষ্ঠানক লৈ উদুলি-মুদুলি হৈ থকা ঘৰখনত আজি নিস্তব্ধতা। দাদা নোহোৱাৰ বাবে যিসকলে বিহু আয়োজন কৰা নাই তেওঁলোকলৈ শ্ৰদ্ধা জনাইছো। যিসকলে আয়োজন কৰিছে তেওঁলোককো আদৰণি। নতুন প্ৰজন্মৰ বাবে ব’হাগৰ উৎসৱটি আমি উদযাপন কৰি থাকিব লাগিব।’
  • অৰুণাচল প্ৰদেশৰ স্থানৰ ভুৱা নামকৰণক লৈ ভাৰতৰ প্ৰতিবাদৰ পিছতে চীনে আন এক আপত্তিজনক বিবৃতি প্ৰকাশ কৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে অৰুণাচলক জাংনান বুলি উল্লেখ কৰাৰ বিপৰীতে চীনে নিজৰ সাৰ্বভৌমত্বৰ বাবেই এই নাম সলনি কৰিব পাৰে বুলি দাবী কৰে। ১২ এপ্ৰিলত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ নাম সলনি কৰি চীনক উপযুক্ত উত্তৰ দি কয় যে, এনে ভুৱা দাবীয়ে স্থল বাস্তৱতাক সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অবিচ্ছেদ্য অংগ আছিল, আছে, আৰু থাকিব।
Tags: Latest newsmorning newsnews update

Related Posts

গাজাত প্ৰতিদিনে ৪৭ গৰাকীকৈ মহিলাৰ প্ৰাণহানি, সম্পূৰ্ণৰূপে যুদ্ধ বন্ধৰ দাবী
Top News

April 19, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

সাগৰত ইৰাণৰ জাহাজ জব্দ কৰিব নেকি আমেৰিকাই? হৰমুজ অৱৰোধৰ মাজতে পোহৰলৈ ট্ৰাম্পৰ মাষ্টাৰপ্লেন

April 19, 2026
ইউক্ৰেইনৰ ৰাজধানীত ভয়ংকৰ গু*লীচালনা, ৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 19, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 19, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 19, 2026

শীৰ্ষ সংবাদ

গাজাত প্ৰতিদিনে ৪৭ গৰাকীকৈ মহিলাৰ প্ৰাণহানি, সম্পূৰ্ণৰূপে যুদ্ধ বন্ধৰ দাবী

সাগৰত ইৰাণৰ জাহাজ জব্দ কৰিব নেকি আমেৰিকাই? হৰমুজ অৱৰোধৰ মাজতে পোহৰলৈ ট্ৰাম্পৰ মাষ্টাৰপ্লেন

ইউক্ৰেইনৰ ৰাজধানীত ভয়ংকৰ গু*লীচালনা, ৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025