• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
29 °c
Guwahati
25 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
April 25, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৮৬৭: জাপানৰ ৰাজধানী টকিঅ’ত বৈদেশিক বাণিজ্যৰ অনুমতি দিয়া হয়।

১৯০৫: দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকে ভোটাধিকাৰ লাভ কৰে।

১৯৫৪: বেল লেবছে নিউয়ৰ্কত প্ৰথমটো সৌৰ বেটাৰী উৎপাদনৰ কথা ঘোষণা কৰে।

১৯৫৭: প্ৰথমবাৰৰ বাবে ছডিয়াম নিউক্লিয়াৰ ৰিয়েক্টৰ চলোৱা হয়।

১৯৭৫: ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৮১: জাপানৰ ছুৰুগাৰ এটা পাৰমাণৱিক প্লাণ্টত মেৰামতিৰ কামৰ সময়ত ১০০ৰো অধিক শ্ৰমিক পাৰমাণৱিক বিকিৰণৰ সংস্পৰ্শলৈ আহিছিল।

১৯৮২: দিল্লীত প্ৰথমবাৰৰ বাবে ৰঙীন টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয়।

২০১০: ভাৰতীয় নৌসেনাই নিজৰ বয়সীয়াল চেতক হেলিকপ্টাৰ সলনি কৰিবলৈ লঘু উপযোগী হেলিকপ্টাৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

২০১৩: ব্ৰিটেইনে ২৭ বছৰৰ পাছত ছোমালিয়াত নিজৰ দূতাবাস পুনৰ মুকলি কৰে।

২০১৫: নেপালত এক বৃহৎ ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰে। ৰাজধানী কাঠমাণ্ডুৰ সমীপত সংঘটিত হোৱা এই ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ-সম্পত্তি ক্ষতিসাধন হয়।

২০২০: দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭৭৯লৈ বৃদ্ধি, আক্ৰান্তৰ সংখ্যা ২৪,৯৪২লৈ বৃদ্ধি।

২০২১: ইৰাকৰ বাগদাদৰ এখন চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। ৮২ জন লোকৰ মৃত্যু।

Tags: global updateHistory newsWorld news

Related Posts

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025