• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত দিল্লীত সৰ্বদলীয় বৈঠক সম্পন্ন

Nation NE by Nation NE
August 6, 2024
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত দিল্লীত সৰ্বদলীয় বৈঠক সম্পন্ন
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত দিল্লীত সৰ্বদলীয় বৈঠক সম্পন্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত পুৱা ১০ বজাত আৰম্ভ হোৱা বৈঠকখনত এছ জয়শংকৰ, ৰাজনাথ সিং, অমিত শ্বাহ, কিৰেন ৰিজিজু, ৰাহুল গান্ধী, টি আৰ বালু, লালন সিং, ৰামগোপাল যাদৱ, সুদীপ বন্দোপাধ্যায়, মিছা ভাৰতী, অৰবিন্দ সাৱন্ত, সুপ্ৰিয়া সুলে, ৰাম মোহনে অংশগ্ৰহণ কৰিছে।

বৈঠকত বৈদেশিক মন্ত্ৰী এছ এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি থকা বুলি জনায়। আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা বুলি অৱগত কৰে।

ইফালে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে গাজিয়াবাদৰ হিন্দন বায়ু সেনাত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰায় ডেৰ ঘণ্টা ধৰি সাক্ষাৎ কৰে। বিএছএফৰ সূত্ৰ অনুসৰি, ভাৰত আৰু বাংলাদেশ সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হৈছে। বিএছএফ বৰ্তমান সীমান্ত ৰক্ষী বাংলাদেশৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। দুয়োফালৰ পৰা প্ৰয়োজনীয় তথ্যও বিনিময় কৰা হৈছে। সীমান্তৰ সকলো একত্ৰিত চেকপোষ্টৰ যান-বাহন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

Tags: #Assam#DelhiAll party meetingBangladesh

Related Posts

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025