• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 28, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি ঘোষণা হ’ব HS পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ্থীয়ে কেইবাটাও ৱেৱছাইটযোগে ফলাফল চাব পাৰিব। ৩ লাখ ৩০হাজাৰ ৭৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ পৰীক্ষাত।কলা শাখাত অৱতীৰ্ণ হৈছে ২ লাখ ৪৭ হাজাৰ ৮৬৫গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ ৬১ হাজাৰ ৫৬৮গৰাকী পৰীক্ষাৰ্থী,বাণিজ্য শাখাত মুঠ ১৯ হাজাৰ ৮০৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ আৰু বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে ৬১৮ গৰাকী ছাত্ৰ।
  • আজি ঘোষণা হ’ব HSৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ ফলাফল। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ASSEBৰ। ১২ টা ৱেৱছাইটৰ লগতে upolobdha মোবাইল এপেৰেও উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল।
  • পুনৰ অসমৰ যুৱকক বহিঃৰাজ্যত আক্ৰমণ। ৮ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে শদিয়াৰ যুৱকক। কৰ্মৰ সন্ধানত অন্ধ্ৰপ্ৰদেশলৈ গৈছিল শদিয়াৰ যতীন গগৈ। ২৪ এপ্ৰিলত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰে’ল ষ্টেচনত এই ঘটনা। ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যতীন গগৈ নামৰ যুৱকজন। অন্ধ্ৰপ্ৰদেশৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন।
  • ইণ্ডোনেছিয়াত ভয়ানক ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। ২খন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা হয়। জাকাৰ্টাত এই ৰে’ল দুৰ্ঘটনাত নিহত হয় ৭ যাত্ৰী। আনহাতে আহত হৈছে প্ৰায় ৯০ গৰাকী যাত্ৰী। আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাস্থলীত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত।
  • ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাই কি লাভ কৰাৰ লক্ষ্য লৈছে সেই সম্পৰ্কে অনিশ্চয়তা অব্যাহত আছে। ২১ এপ্ৰিলৰ সময়সীমাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ড’নাল্ড ট্ৰাম্পে একপক্ষীয়ভাৱে ইৰাণৰ সৈতে যুদ্ধবিৰতি বৃদ্ধি কৰে। এই মাহত দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৭ এপ্ৰিলত ইৰাণৰ বাবে হৰমুজ জলদ্বীপ মুকলি কৰাৰ সময়সীমাৰ মাত্ৰ ৯০ মিনিট পূৰ্বে তেওঁ ১৫ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল।
Tags: Indian newslatest updatemorning news

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025