• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশ সামৰিক নেতৃত্বৰ সৈতে সম্পৰ্কত ভাৰত চৰকাৰ; হিংসাৰ অন্ত পেলোৱাৰ আহ্বান

Nation NE by Nation NE
August 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশ সামৰিক নেতৃত্বৰ সৈতে সম্পৰ্কত ভাৰত চৰকাৰ; হিংসাৰ অন্ত পেলোৱাৰ আহ্বান

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসন ব্যৱস্থাৰ নাটকীয় পতনৰ পিছত ভাৰত চৰকাৰে বাংলাদেশৰ সামৰিক নেতৃত্বৰ সৈতে যোগাযোগত আছে বুলি মঙলবাৰে এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা মাহত বাংলাদেশত চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থা বাতিল কৰাৰ দাবী জনোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতি উতলি উঠাৰ পিছতে সোমবাৰে হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে।

চলিত জানুৱাৰী মাহত বিৰোধীয়ে বৰ্জন কৰা সাধাৰণ নিৰ্বাচনত ক্ৰমাগত চতুৰ্থবাৰৰ বাবে জয়ী হৈছিল হাছিনা। ইয়াৰ পিছতেই দেশখনত চাকৰি সংৰক্ষণক লৈ আৰম্ভ হোৱা প্ৰতিবাদ হাছিনাক ক্ষমতাচ্যুত কৰাৰ প্ৰচাৰ অভিযানলৈ পৰিণত হয়।

ভাৰত চৰকাৰৰ এক শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি, ‘স্থিতিশীলতা আৰু শান্তি গুৰুত্বপূৰ্ণ। ভাৰতীয় কৰ্তৃপক্ষই ঢাকাত সামৰিক নেতৃত্বৰ সৈতে যোগাযোগত আছে।’

ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানৰ সৈতে যোগাযোগ কৰি আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু হিংসা বন্ধ কৰিবলৈ অনুৰোধ জনাইছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

এটা সূত্ৰই কয় যে ভাৰতৰ বিষয়াসকলে তেওঁলোকক জনাইছে যে যদিহে তেওঁলোকক শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে ভাৰত সকলো সমৰ্থন আগবঢ়াবলৈ সাজু। হাছিনা ভাৰতলৈ অহাৰ পিছত এইটো এটা ডাঙৰ পৰিঘটনা, আৰু এতিয়া ভাৰত নতুন নেতৃত্বৰ সৈতে যোগাযোগত আছে।

উল্লখ্য যে, ৰাজনৈতিক সংকটৰ মাজতে সমগ্ৰ বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি মঙলবাৰে বাতৰি প্ৰকাশ পাইছে যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লক্ষণ দেখা গৈছে।

সোমবাৰৰ দিনটোৰ অশান্তি আৰু নিশাৰ উত্তেজনাৰ অন্তত মঙলবাৰে পুৱা ঢাকাৰ পৰিস্থিতি বহুলাংশে শান্ত হৈ পৰিছে।

Tags: BangladeshIndian GovtNationNESheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025