• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
25 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

Nation NE by Nation NE
May 9, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Share on FacebookShare on TwitterWhatsApp

পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীৰ পদৰ বাবে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰে। ভৱানীপুৰ বিধানসভাৰ আসনত তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক পৰাস্ত কৰা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে এতিয়া বংগত ক্ষমতা দখল কৰিব।

ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামী লীগৰ মুৰব্বী শ্বেখ হাচিনাই পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বিজয়ী সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। পশ্চিম বংগ আৰু ভাৰতৰ বাবেও সফলতা আৰু সমৃদ্ধিৰ কামনা কৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই বক্তব্য এনে সময়তে ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিম বংগত বিজয়ৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী অগ্নিমিত্ৰ পলে বংগত বিজেপি বিধানসভা পাৰ্টিৰ বৈঠকত মুখ্যমন্ত্ৰী পদৰ বাবে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰি কয় যে বিগত ৫০ বছৰত বংগই বহু সুবিধাৰ পৰা বঞ্চিত হৈ আছে, কিন্তু বংগক সকলোখিনি দিব আৰু বংগত প্ৰথমে আইন-শৃংখলা আৰু মহিলাক সন্মান দিব।

তেওঁ কয় যে, বংগত মা দুৰ্গা আৰু মা কালীক পূজা কৰা হয়, কিন্তু মা দুৰ্গা আৰু মা কালীক প্ৰকৃতাৰ্থত তেতিয়াহে সন্মান কৰা হ’ব, যেতিয়া নাৰীক সন্মান দিয়া হ’ব।

Tags: ElectionVoteWest Bengal

Related Posts

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ
Top News

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

May 9, 2026
ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…
Top News

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026

শীৰ্ষ সংবাদ

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025