• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 17, 2026
25 °c
Guwahati
23 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আশ্চৰ্যকৰ! ১৯ বছৰ পৰ্যবেক্ষণৰ অন্তত ব্লেক হ’লত ৪৩৩ দিনৰ বিৰল পোহৰৰ চক্ৰ আৱিষ্কাৰ

Nation NE by Nation NE
May 17, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আশ্চৰ্যকৰ! ১৯ বছৰ পৰ্যবেক্ষণৰ অন্তত ব্লেক হ’লত ৪৩৩ দিনৰ বিৰল পোহৰৰ চক্ৰ আৱিষ্কাৰ
Share on FacebookShare on TwitterWhatsApp

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য বুজিবলৈ বিজ্ঞানীসকলে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। ১৯ বছৰ ধৰি অবিৰত অধ্যয়নৰ অন্তত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে এটা বিশাল ব্লেক হ’লৰ সৈতে জড়িত এক বিৰল পোহৰৰ চক্ৰ আৱিষ্কাৰ কৰিছে। এই আৱিষ্কাৰক ব্লেক হ’ল আৰু সক্ৰিয় তাৰকাৰাজ্যৰ কাম-কাজ বুজিবলৈ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।

বিজ্ঞানীসকলে 3C 454.3 নামৰ অতি উজ্জ্বল ব্লেজাৰত পোহৰৰ আৰ্হি লিপিবদ্ধ কৰিছে, যিটো প্ৰায় প্ৰতি ৪৩৩ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়। এই অধ্যয়নটো হোল আৰ্থ ব্লাজাৰ টেলিস্কোপ প্ৰকল্পৰ অধীনত কৰা হৈছিল। এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মিত ব্যৱধানত এই আকাশী পদাৰ্থৰ উজ্জ্বলতা বৃদ্ধি আৰু কমি যায়। বৈজ্ঞানিকভাৱে এই পৰিঘটনাক ‘অপটিকেল কোৱাচি-পিৰিয়াডিক অচিলেচন’ (QPO) বুলি কোৱা হয়।

এই গুৰুত্বপূৰ্ণ গৱেষণাত আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অৱ অবজাৰ্ভেচনেল ছায়েন্সৰ বিজ্ঞানীসকলেও মূল ভূমিকা পালন কৰিছিল। বিজ্ঞানীসকলৰ মতে, এনে পোহৰৰ আঙঠি এতিয়ালৈকে প্ৰধানকৈ এক্স-ৰে সংকেতত পৰ্যবেক্ষণ কৰা হৈছে যদিও দৃশ্যমান পোহৰত ইয়াৰ আৱিষ্কাৰ অত্যন্ত বিৰল আৰু তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়।

বিজ্ঞানীসকলে বুজাইছে যে 3C 454.3 হৈছে ব্লেজাৰ, এক বিশেষ ধৰণৰ সক্ৰিয় তাৰকাৰাজ্য। এনে তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিবৃহৎ ব্লেক হ’ল থাকে, যিয়ে চাৰিওফালৰ গেছ আৰু ধূলি দ্ৰুতগতিত গিলি পেলায়। এই প্ৰক্ৰিয়াৰ সময়ত বিপুল পৰিমাণৰ শক্তি উৎপন্ন হয়, যাৰ ফলত তাৰকাৰাজ্যখনৰ কেন্দ্ৰটো অত্যন্ত উজ্জ্বল হৈ পৰে। এই শক্তিৰ শক্তিশালী জেট এটা যেতিয়া পৃথিৱীৰ ফালে নিৰ্দেশিত হয় তেতিয়া ইয়াক ব্লেজাৰ বোলা হয়।

গৱেষকসকলৰ মতে 3C 454.3 ৰ ৰেডশ্বিফ্ট 0.86 অৰ্থাৎ ইয়াৰ পোহৰ পৃথিৱীত উপনীত হ’বলৈ কোটি কোটি বছৰ লাগে। ইয়াৰ কেন্দ্ৰত থকা ব্লেক হ’লৰ ভৰ প্ৰায় ৫০ কোটিৰ পৰা ২৩ কোটি সূৰ্য্য বুলি অনুমান কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে এই আৱিষ্কাৰে কৃষ্ণগহ্বৰৰ চাৰিওফালে থকা শক্তিশালী জেট, চুম্বকীয় ক্ষেত্ৰ আৰু শক্তি নিৰ্গমন প্ৰক্ৰিয়াক ভালদৰে বুজিবলৈ সহায় কৰিব। ইয়াৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী উৎসসমূহৰ ওপৰত ভৱিষ্যতৰ গৱেষণাৰ বাবে এক নতুন দিশৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

Tags: black holecycleLight

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 17, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 17, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 16, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

May 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 15, 2026

শীৰ্ষ সংবাদ

আশ্চৰ্যকৰ! ১৯ বছৰ পৰ্যবেক্ষণৰ অন্তত ব্লেক হ’লত ৪৩৩ দিনৰ বিৰল পোহৰৰ চক্ৰ আৱিষ্কাৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025