• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 19, 2026
28 °c
Guwahati
29 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

এসপ্তাহৰ ভিতৰতে দুবাৰকৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি পালে ৯০ পইচাকৈ। আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ দাম ১০২.১৬ টকা। প্ৰতি লিটাৰ ডিজেলত দাম হৈছেগৈ ৯৩.৪৫ টকা। ইন্ধনৰ দাম বৃদ্ধিক লৈ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি।

পশ্চিমবংগত অব্যাহত বুলড’জাৰ এক্সন। শুভেন্দু অধিকাৰী চৰকাৰে আৰম্ভ কৰিলে বুলড’জাৰ এক্সন। হাওৰা ষ্টেশ্যনৰ বাহিৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ ভাঙি পেলালে বস্তি। গংগা ঘাট আৰু বাছ আস্থানত নিশা চলিল বুলড’জাৰ এক্সন। ১৫ বছৰে মমতাৰ নাম লৈ পদপথ দখল কৰি থকা অবৈধ দোকান উচ্ছেদ কৰা হৈছে।

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায়ীৰ।গ্ৰাহকক মূল্যবৃদ্ধিৰে হাৰাশাস্তি কৰিলেই বাতিল হ’ব ট্ৰেড লাইসেন্স। বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ নির্দেশনা প্রদান কৰিছে চৰকাৰে।

মছজিদত ভয়ংকৰ আক্ৰমণৰ ঘটনা। নামাজ পঢ়িবলৈ অহা লোকে হেৰুৱালে জীৱন। দুৰ্বৃত্তৰ গুলীবৰ্ষণত ৩ জন লোকৰ মৃত্যু। কেলিফৰ্ণিয়াৰ ছেন ডিয়েগোত এটা মছজিদৰ বাহিৰত হয় এই গুলীচালনা। নামাজ পঢ়াৰ বাবে মছজিদত বহুলোকে ভিৰ কৰাৰ সময়তে এই ঘটনা। এই ঘটনাৰ পিছতে ইছলামিক চেণ্টাৰত থকা শিক্ষানুষ্ঠানত হাহাকাৰ। সকলো শিক্ষাৰ্থীকে সুকলমে উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

Tags: Latest newsmorning newsnews update

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

May 19, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 19, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 19, 2026
বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

May 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 18, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পুনৰ বৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা…

May 18, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025