• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 19, 2026
28 °c
Guwahati
29 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
May 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯৯৯- ভাৰতীয় মূলৰ মহেন্দ্ৰ চৌধুৰীয়ে ফিজিৰ প্ৰধানমন্ত্ৰী নিযুক্তি; মেক্সিকোৰ বাল্কন ডিফুছ’ আগ্নেয়গিৰি সক্ৰিয় হৈ পৰে।

২০০০- আজিৰ দিনটোতে ফিজিত ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী মহেন্দ্ৰ চৌধৰীৰ চৰকাৰ উৎখাত কৰে সাতজন মুখা পিন্ধা অস্ত্ৰধাৰীয়ে।

২০০১- পেলেষ্টাইনৰ মুখ্য কাৰ্যালয়ত ইজৰাইলে বিমান আক্ৰমণত ১৫ জন আহত হয়।

২০০২- চাৰি শতিকাৰ দাসত্বৰ পিছত ইষ্ট টিমৰ নতুন সহস্ৰাব্দৰ প্ৰথমটো নতুন জাতি হিচাপে বিশ্বৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰে।

২০০৩- জিবুতিৰ ৰাষ্ট্ৰপতি ইছমাইল ওমৰ গুৱেলে ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হয়।

২০০৬- ভাৰতীয় মূলৰ মালয়েছিয়ান উদ্যোগপতি টি ৰবিচন্দ্ৰনে মাউণ্ট এভাৰেষ্ট জয় কৰে।

২০০৭- আমেৰিকাৰ চেনেটে এক বিস্তৃত অনুপ্ৰৱেশ সংস্কাৰ বিধেয়কত সন্মতি প্ৰকাশ কৰে।

২০০৮- আজিৰ দিনটোতে পৰম্পৰাগত মাৰাঠী থিয়েটাৰৰ অগ্ৰণী বিজয় তেণ্ডুলকাৰৰ মৃত্যু হয়। নাথু লাৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত বাণিজ্য পুনৰ আৰম্ভ।বিশ্ব শ্ৰমিক সংস্থাৰ কাৰ্যবাহী অধ্যক্ষ আছানে নতুন দিল্লীত সামাজিক সুৰক্ষা সম্পৰ্কীয় এখন সন্মিলন উদ্বোধন কৰে। বেংক অৱ বৰোদাই ২০০৭-০৮ চনৰ নিকা লাভ ৩৯.৯% বৃদ্ধিৰ ৰিপৰ্ট দিছে।

২০১০- ৩৪ দিন ধৰি চলি থকা ৩জি স্পেকট্ৰম নিলামৰ পৰা ভাৰত চৰকাৰে ৬৭,৭১৮.৯৫ কোটি টকাৰ মাচুল লাভ কৰাটো নিশ্চিত কৰা হৈছে।
বিহাৰৰ মুজাফ্ফৰপুৰ-ৰক্সাউল ৰে’লপথৰ মতিহাৰী জিলাৰ জীৱনধৰা আৰু পিপৰা ৰে’ল ষ্টেচনৰ মাজত থকা বংগৰী হাল্টৰ সমীপত নক্সালবাদীয়ে ৰে’লপথ উৰুৱাই নিয়াৰ ফলত এখন টেংকাৰ মালবাহী ৰে’ল ৰেলপথৰ পৰা ওলাই যায় আৰু ইয়াৰ ১৩খন বগিত জুই লাগে।

২০১১- ৫৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। “মনেৰ মানুছ” ছবিখনে ৰাষ্ট্ৰীয় সংহতিৰ বাবে বঁটা লাভ কৰে। “দবাং” ছবিখনে সৰ্বাধিক মনোৰঞ্জনমূলক ছবিৰ সন্মানো লাভ কৰে। মালয়ালম ছবি “এডেমিন্টে মাকন আবু” শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে অৰুনিমা শৰ্মাক শ্ৰেষ্ঠ পৰিচালক হিচাপে সন্মানিত কৰা হয়। মালয়ালম অভিনেতা চেলিম কুমাৰ আৰু তামিল অভিনেতা ধনুশক যৌথভাৱে মালয়ালম ছবি “এডেমিণ্টে মাকান আবু”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। মিতালী জগতাপ আৰু সাৰন্না পি যৌথভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হয়।

Tags: global newshistory UpdateWorld news

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

May 19, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 19, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 19, 2026
বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড
Top News

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

May 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 18, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পুনৰ বৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা…

May 18, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025